স্বাস্থ্য
Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:Calibri;
mso-hansi-theme-font:minor-latin">ডিজিটেল ডেস্কঃ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে
শেষবাৰৰ বাবে ইউৰো খেলি আকৌ এবাৰ হতাশ হৈ উভতি আহিব লগা হ’
mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin">ল। যোৱা
শুকুৰবাৰে কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্সৰ হাতত পৰাস্ত হৈ পৰ্তুগালে ইউৰো কাপ এৰে।
ইমান সোনকালে তেওঁলোক যাব লাগিব বুলি ৰোনাল্ডোৱে ভবা নাছিল। তেওঁ আৰু আগবাঢ়ি যাব
বিচাৰিছিল। ইউৰোৰ পৰা ওলাই অহাৰ দুদিন পিছত চি আৰ ৭ হতাশ হয়।
Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:Calibri;
mso-hansi-theme-font:minor-latin">পৰ্তুগালৰ বিদায়ৰ পিছত ৰোনাল্ডোৱে নিজৰ এক্স
(প্ৰাক্তন টুইটাৰ) হেণ্ডেলত লিখিছে, ‘
mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
Calibri;mso-hansi-theme-font:minor-latin">আমি আৰু আগবাঢ়িব বিচাৰিছিলো। আমি আৰু
আগবাঢ়িব লাগিছিল। পৰ্তুগালৰ বাবে,
mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
Calibri;mso-hansi-theme-font:minor-latin">আপোনালোক সকলোৰে বাবে। মই পোৱা সকলো
মৰমৰ বাবে আপোনালোকৰ ওচৰত কৃতজ্ঞ। মই নিশ্চিত,
mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin">অনাগত দিনতো আমি
একেদৰেই আগবাঢ়িম। একেলগে।"
Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:Calibri;
mso-hansi-theme-font:minor-latin">২০২২ চনৰ ফিফা বিশ্বকাপৰ সময়ত জল্পনা-কল্পনা
আৰম্ভ হৈছিল যে ৰোনাল্ডো দলৰ বাকীসকলৰ সৈতে ভাল সম্পৰ্ক নাই। ব্ৰুনো ফাৰ্নাণ্ডেছে
কৰা গ’
mso-ascii-theme-font:minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:
minor-latin">লটো ৰোনাল্ডোৱে দাবী কৰিছিল। ৰেফাৰীৰ সৈতেও তেওঁ তৰ্ক কৰিছিল। সেই
ঘটনাক কেন্দ্ৰ কৰি জল্পনা-কল্পনা বাঢ়িছিল। অৱশ্যে এইবাৰ ৰোনাল্ডোৰ বিৰুদ্ধে তেনে
কোনো অভিযোগ নাছিল।
Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:Calibri;
mso-hansi-theme-font:minor-latin">এইবাৰৰ ইউৰো কাপত পৰ্তুগালে দল হিচাপে খেলিছিল।
মেচৰ পূৰ্বে আৰু পিছত সতীৰ্থক সাৱটি ধৰা দেখা গৈছিল ৰোনাল্ডোক। কথা পাতিছে আৰু
যেতিয়া স্লোভেনিয়াৰ বিৰুদ্ধে পেনাল্টি শ্বুটআউটত ৰোনাল্ডো চকুলোৰে ভাঙি পৰিছিল,
mso-ascii-theme-font:minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:
minor-latin">তেতিয়া বাকীসকলে তেওঁক ধৰি ৰাখিছিল। যোৱাৰ পিছতো সেই দলটোৰ কথা
ৰোনাল্ডোৰ মুখত উঠি আহিল। তেওঁ নিজৰ হতাশাক ধৰি ৰাখিব নোৱাৰিলে।
Leave A Comment