--°C
Loading...
Listen to Article
2 min read
80%
১৭ মাৰ্চ,২০২২, বৃহস্পতিবাৰ মেষ ৰাশি: মন আনন্দত থাকিব৷ কৰ্মক্ষেত্ৰত সুনাম ৷ বাহিৰলৈ যাওঁতে সতৰ্কতা অৱলম্বন কৰা উচিত৷ স্বাস্থ্য ভালে থকাত মনোযোগ দিব। সন্তানক লৈ সুখী। বৃষ ৰাশি: দিনটো প্ৰায় ভাল হʼব৷ ভাল কাম কৰিবলৈ মন মেলিব ৷ কৰ্মত দক্ষতা। প্ৰেমত শান্তি। পৰিয়ালত আনন্দ। মিথুন ৰাশি: দিনটো প্ৰায় ভাল ৷ সুস্থিৰে যিকোনো সিদ্ধান্ত গ্ৰহণ কৰিব ৷ নতুন মানুহৰ সৈতে আজি সংযোগ হব। স্বাস্থ্য সুস্থ। কৰ্কট ৰাশি: জীৱনৰ বহুতো ক্ষেত্ৰত সফল হʼব৷ ন ন পৰিকল্পনা কৰিব পাৰে। সন্তানৰ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব৷ প্ৰেমত শান্তি। সিংহ ৰাশি: শুভ দিন৷ ব্যৱসায়ত সতৰ্কতা অৱলম্বন কৰিব৷ কোনো ব্যক্তিৰ লগত সংঘাত হʼব৷ পৰি আঘাত পাব পাৰে। কন্যা ৰাশি: খং-ৰাগ পৰিহাৰ কৰিব ৷ মূৰৰ বিষ হোৱাৰ সম্ভাৱনা ৷ কর্মত শান্ত হৈ থাকি কাম কৰিব ৷ মানসিক আৰু শাৰীৰিক দিশত অলপ সমস্যাই দেখা দিব ৷ পৰিয়ালৰ লগত সম্পৰ্ক ভাল হ’ব ৷ তুলা ৰাশি: ব্যৱসায়ত সফল লাভ হʼব ৷ কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ পদোন্নতি লাভ৷ মাতৃৰ স্বাস্থ্য ভালে নাযাব। বৃশ্চিক ৰাশি: দিনটো প্ৰায় ভাল ৷ নতুন সামগ্ৰী কিনিব পাৰিব। প্ৰেমত শুভ ৷ ঘৰুৱা সম্পর্কত মনোযোগ দিব৷ আয় বৃদ্ধি ৷ ধনু ৰাশি: স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক ৷ মানসিক অশান্তি বাঢ়িব৷ ব্যবসায়ত লাভ।কথা কওঁতে সাৱধান। প্ৰেমত কাজিয়া। মকৰ ৰাশি: স্বাস্থ্য ভালে যাব ৷ পৰিয়ালত খৰচ বৃদ্ধি হʼব পাৰে৷ ভালপোৱা কিবা বস্তু আজি লাভ কৰিব।  মন পচন্দৰ খাদ্য খাবলৈ পাব। অফিচত সতৰ্কতা অৱলম্বন কৰক ৷ কুম্ভ ৰাশি: স্বাস্থ্য ভালে যাব ৷ বন্ধুৰ লগত ভাল ৷ ঘৰলৈ আলহীৰ আগমন। পৰিকল্পনা সফল হব। প্ৰেমৰ বাধা দূৰ হব। মীন ৰাশি: শুভ দিন৷ ব্যৱসায় আৰু কাৰ্যক্ষেত্ৰত সফল হʼব৷ সৃষ্টিশীল কামৰ প্ৰতি আগ্ৰহ বাঢ়িব। প্ৰেমত মনোমালিন্য

FOLLOW US F
POPULAR
FEATURE
TRENDY
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস