--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমি সকলোৱে ১৮ মাৰ্চত ৰঙৰ উৎসৱ হোলী উদযাপন কৰিম। ১৮ মাৰ্চ, শুকুৰবাৰে দৌল পূৰ্ণিমা উদযাপনৰ পিছত ১৯ মাৰ্চ, শনিবাৰে হোলী উদযাপন কৰা হ'ব। হোলীৰ দিনা সৌভাগ্য লাভ কৰিব পাঁচ ৰাশিৰ জাতক জাতিকাই। আহকচোন চাওঁ কোন ৫ টা ৰাশিৰ ভাগ্য ফুলিব এইবাৰ- ১)কৰ্কট ৰাশিঃ ৰঙৰ উৎসৱে কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ জীৱন আনন্দেৰে ভৰাই তুলিব। চন্দ্ৰৰ স্থিতিৰ বাবে কলাৰ দক্ষতা আৰু সৃজনশীলতা বৃদ্ধি পাব। তেওঁলোকে তেওঁলোকৰ জীৱনসংগীৰ পৰা বিশেষ সহায় পাব। যদি আপুনি এজন কৰ্কট ৰাশিৰ লোক তেনেহ'লে আপুনি এই সময়ছোৱাত ক'ৰবাত বিনিয়োগ কৰিব পাৰে, ডাঙৰ বিত্তীয় লাভৰ সম্ভাৱনা আছে। আপুনি কৰ্মক্ষেত্ৰত জ্যেষ্ঠসকলৰ পৰাও সহায় পাব। ২)কন্যা ৰাশিঃ এই বছৰৰ হোলীৰ ৰঙে কন্যা ৰাশিৰ লোকসকলৰ জীৱন অধিক ৰঙীন কৰি তুলিব। যিসকল ব্যৱসায়ৰ সৈতে জড়িত তেওঁলোকৰ ধন উপাৰ্জন বৃদ্ধি পাব। আপুনি পৰিয়ালৰ পৰা সহায় আৰু মৰম পাব। পুৰণি বন্ধু আৰু আত্মীয়সকলৰ সৈতে ভাল সময় কটাব। কিছু ভাল খবৰ পোৱাটো নিশ্চিত। যিসকলে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে,তেওঁলোকৰ বাবে আগলৈও ভাল সময় আছে। অনাগত দিনবোৰত বিত্তীয় পৰিস্থিতি অধিক শক্তিশালী হ'ব। ৩)ধনু ৰাশিঃ ধনু ৰাশিৰ লোকসকল ধৰ্মীয় কামৰ প্ৰতি আকৰ্ষিত হ'ব। বিশেষকৈ ধনুৰ ৰাশিৰ যিসকল লোকৰ বয়স ৫০ বছৰৰ অধিক তেওঁলোকৰ ঈশ্বৰভক্তি বাঢ়িব। তেওঁলোকে জীৱনত পোৱা সকলোবোৰৰ বাবে ঈশ্বৰক ধন্যবাদ জনাব। তেওঁলোকে ঘৰত উপাসনা কৰিব। ধনু ৰাশিৰ লোকসকলে ধৰ্মীয় বিষয়ত মনোযোগ দিয়াৰ ফলাফল লাভ কৰিব। তেওঁলোকে মানসিক শান্তি পাব। যদি আপুনি ধনু ৰাশিৰ লোক আপুনি কামত উন্নতি কৰিব। যিসকলে আগতে কিবা কাৰণত চাকৰি হেৰুৱাইছে, তেওঁলোকে সোনকালেই এটা নতুন চাকৰি পাব। ৪)কুম্ভ ৰাশিঃ এই বছৰৰ হোলীয়ে কুম্ভ ৰাশিৰ লোকসকলৰ জীৱনত এক নতুন ৰং অংকন কৰিব। আপুনি ৰং খেলি ভাল নাপাব পাৰে, কিন্তু আনন্দৰ ৰঙে এই বছৰ আপোনাৰ জীৱন পূৰ্ণ কৰিব। জীৱনত বহুতো পৰিৱৰ্তন হ'ব। আপুনি চাকৰি সলনি কৰি সফলতা লাভ কৰিব। যদি আপুনি যিকোনো স্থানত বিনিয়োগ কৰে, আপুনি যথেষ্ট ধন উপাৰ্জন কৰিব পাৰিব। কুম্ভ ৰাশিৰ লোকসকলে কিছু ভাল খবৰ পাবলৈ গৈ আছে। প্ৰেমৰ ক্ষেত্ৰতো এটা ভাল সময় আপোনাৰ বাবে অপেক্ষা কৰি আছে। ৫)মীন ৰাশিঃ মীন ৰাশি হৈছে পাঁচটা ৰাশিৰ ভিতৰত এটা যি আটাইতকৈ বেছি লাভালাভ কৰিবলৈ গৈ আছে। যদি আপুনি মীন ৰাশিৰ হয় আপোনাৰ বাবে সময়খিনি সুন্দৰ হ'ব। আপুনি সোনকালেই এটা নতুন ঘৰ কিনিব পাৰে। আপুনি যিয়েই নকৰক আপুনি সফলতা লাভ কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ আৰু গুৰুত্ব বৃদ্ধি হ'ব। অতীতত কৰা বিনিয়োগৰ পৰা লাভ হ'ব। ব্যৱসায়ত জড়িতসকলৰ বাবে বিত্তীয় উন্নতি। এপ্ৰিলৰ পৰা জুনলৈ আপুনি খুব ভাল সময় অতিবাহ কৰিব। BFC Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস