--°C
Loading...
Listen to Article
2 min read
80%
২২ মাৰ্চ,২০২২,মঙলবাৰ মেষ ৰাশিঃ কৰ্মত আস্থা বাঢ়িব। পৰিয়ালৰ সংগ উপভোগ কৰি সুখী হ'ব। ব্যৱসায়ত লাভৰ মুখ দেখিব। খৰচো বাঢ়িব। নিজৰ আৰু পৰিয়ালৰ স্বাস্থ্যৰ প্ৰতি নজৰ দিয়ক। বৃষ ৰাশিঃ বন্ধুৰ জৰিয়তে লাভান্বিত হব। কৰ্মস্থলীত মনোমালিন্য। ভ্ৰমণ নকৰাই মংগল। স্বাস্থ্যৰ উন্নতি। সন্তানৰ শুভ। মিথুন ৰাশিঃ মন স্থিৰ হব। আধ্যাত্মিকতা বাঢ়িব। দাঁতৰ সমস্যাই দেখা দিব পাৰে। প্ৰতিটো কামত ধৈৰ্য ৰাখক। মাতৃৰ শৰীৰৰ সমস্যা দূৰ হব। কৰ্কট ৰাশিঃ পাৰিবাৰিক দিশত উন্নতি সাধন। শিক্ষাত মনোযোগ দিয়ক। ব্যৱসায়ত কিছু লোকচান। সন্তানৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। সিংহ ৰাশিঃ মনত হতাশা বৃদ্ধি। কৰ্মক্ষেত্ৰত কষ্ট অধিক হব। প্ৰেমত সংঘাত। পৰিয়ালত শুভ। কন্যা ৰাশিঃ দিনটো ভালেই যাব। কৰ্মক্ষেত্ৰত উন্নতি। উপাৰ্জন বাঢ়িব। প্ৰেমত সন্দেহ কৰিলে নিজৰে বিপদ হ'ব। তুলা ৰাশিঃ আৰ্থিক দিশত উন্নতি। সহজতে কাকো বিশ্বাস কৰি বিপদত নপৰিব। বহুদিনীয়া মনৰ আশা পূৰণ হ'ব। যাত্ৰাৰ সম্ভাৱনা । বৃশ্চিক ৰাশিঃ স্বাস্থ্য ভালে নাযাব। শিক্ষাৰ্থীৰ নিজকে লৈ চিন্তা বাঢ়িব। পেটৰ সমস্যাই দেখা দিব পাৰে। প্ৰেমত শুভ। ধনু ৰাশিঃ বন্ধুৰ সহায়ত কিবা এটা লাভ হব। লোকক সমালোচনা কৰাৰ পৰা আঁতৰত থাকক। প্ৰেমত কাজিয়া। ঘৰুৱা শান্তি বৰ্তি থাকিব। মকৰ ৰাশিঃ দিনটো কুশলে যাব। মাতৃৰ স্বাস্থ্য উন্নত। উপহাৰ পোৱাৰ সম্ভাৱনা। কৰ্মক্ষেত্ৰত প্ৰশংসা পাব। প্ৰেমাস্পদক লগ পাব। কুম্ভ ৰাশিঃ দিনটো ভালে যাব। ব্যৱসায়ত লাভৰ মুখ দেখিব। স্বাস্থ্যৰ প্ৰতি সজাগ হওক। সহজতে কাকো বিশ্বাসত নলব, ঠগ খোৱাৰ সম্ভাৱনা। মীন ৰাশিঃ শিক্ষাৰ্থীসকলে আশা কৰা মতে ফল পাব। স্বাস্থ্যৰ সমস্যা দূৰ হ'ব। কৰ্মক্ষেত্ৰত সুখী হ'ব। নতুন বাহন ক্ৰয় কৰাৰ কথা ভাবিব পাৰে। আৰু পঢ়কঃ স্পা চেলুনত চলি আছিল ৰমৰমীয়া দেহ ব্যৱসায়! ১১ মহিলা-যুৱতীক গ্ৰেপ্তাৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি