--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ঘৰুৱা প্রস্তুতকাৰী সকললৈ এটা গুৰুত্বপূৰ্ণ প্রত্যাহ্বান আনি, সেনাই কমেও ৪০০ ড্র'ন ক্ৰয় কৰিবলগীয়া ২৩০ কোটি টকা মূল্যৰ এখন চুক্তি বাতিল কৰিছে। 

পূব লাডাখত থকা প্রকৃত নিয়ন্ত্রণ ৰেখাৰ (এল এ চি) কাষত নিয়োজিত কৰিব লগা এই ৪০০ ড্ৰ'নৰ প্ৰস্তুত কৰাৰ বাবে চীনৰ উপাদান ব্যৱহাৰ কৰাৰ কথিত অভিযোগৰ পাছতেই ভাৰতীয় সেনাই এই সিদ্ধান্ত লয়।

এই ঠিকাটোত ২০০ মধ্যমীয়া উচ্চতাৰ ড্ৰ'ন, ১০০ গধুৰ ওজনৰ ড্ৰ'ন আৰু ১০০ পাতল ওজনৰ ড্ৰ'ন ক্ৰয় কৰাৰ চুক্তি আছিল। এই লজিষ্টিক ড্র'নসমূহ প্রস্তুতৰ বাবে ঠিকা লাভ কৰাসকলৰ ভিতৰত চেন্নাইস্থিত ধাক্ষা নামৰ কোম্পানীটো আছিল অন্যতম মুখ্য কোম্পানী। ভাৰতীয় সেনাৰ এই সিদ্ধান্তৰ পাছত কোম্পানীটোৰ বেয়াকৈ ক্ষতি হৈছে। প্ৰতিৰক্ষা বিভাগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি চীন-ভিত্তিক ইলেক্ট্রনিক উপাদান এই ড্র'নসমূহত সংযোজন কৰা হৈছে বুলি তদন্তত প্রকাশ পোৱাৰ পাছতেই দেশৰ নিৰাপত্তাৰ স্বাৰ্থত এই চুক্তি বাতিল কৰা হয়।

(উৎস- দৈনিক জনমভূমি)

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ