--°C
Loading...
Listen to Article
2 min read
80%
৩ মাৰ্চ,২০২২, বৃহস্পতিবাৰ মেষ ৰাশি: ঘৰখনত মনোৰম পৰিৱেশৰ সৃষ্টি হব। আলহী আহিব। খৰচ বাঢ়িব। প্ৰেমত সফলতা। খং নিয়ন্ত্ৰণ কৰক। বৃষ ৰাশি: শুভ দিন৷ ব্যৱসায়ীসকলৰ শুভ। চাকৰিয়ালসকলৰো শুভ। প্ৰেমত মধ্যম। শিক্ষাৰ্থীৰ অসফলতা। মিথুন ৰাশি: এলাহ বৃদ্ধি পাব৷ কামত মনোযোগ কমিব। সংসাৰত খেলিমেলিৰ সৃষ্টি হ’ব পাৰে৷ আঘাত পাব পাৰে, সতৰ্কতা অৱলম্বন কৰা উচিত। কৰ্কট ৰাশি: কঠোৰ পৰিশ্ৰম কৰিলে সফলতা লাভ কৰিব৷ বন্ধুৰ সৈতে সাক্ষাৎ। নতুন বাহন ক্ৰয় কৰাৰ মন মেলিব। ঘৰলৈ শত্ৰুৰ আগমন। সিংহ ৰাশি: স্বামী-স্ত্ৰীৰ মাজত কাজিয়া হোৱাৰ সম্ভাৱনা। সমস্যা বৃদ্ধি৷ মনৰ নেতিবাচকতা বৃদ্ধি৷ ব্যৱসায়ীসকল সাৱধানে থাকক, ঠগ খাব পাৰে। কন্যা ৰাশি: চাকৰিয়াল আৰু ব্যৱসায়ীসকলৰ বাবে শুভ দিন৷ স্বাস্থ্য বেয়া হ’ব পাৰে৷ বাহিৰা বস্তু নাখাব। মাতৃৰ স্বাস্থ্যক লৈ চিন্তা। তুলা ৰাশি: প্ৰেমত সংঘাত৷ সন্তানক লৈ চিন্তা। খৰচৰ মাত্ৰা বাঢ়িব। জুইৰ পৰা সাৱধান। বৃশ্চিক ৰাশি: যাত্ৰাত শুভ। মনলৈ নতুন কামৰ চিন্তা আহিব। মানসিক দিশ উন্নত। স্বাস্থ্য মধ্যম। ধনু ৰাশি: শুভ দিন৷ উপাৰ্জন বৃদ্ধি পাব৷ স্বাস্থ্যত গুৰুত্ব দিয়ক। প্ৰেমত শুভ। বন্ধুৰ সৈতে আনন্দ উপভোগ কৰাৰ দিন আজি। মকৰ ৰাশি: মনত কোনো কথাক লৈ খেলিমেলিৰ সৃষ্টি হ’ব পাৰে৷ কর্মত ধ্যান দিয়ক। প্ৰশংসা লাভ। ধৈৰ্য্যশীলসকল লাভৱান হ’ব ৷ কুম্ভ ৰাশি: আনন্দময় দিন হʼব৷ পৰিয়ালত শুভ। বহুদিনীয়া পৰিকল্পনা সফল হʼব৷ অনাৱশ্যকীয় চিন্তাবোৰ নকৰিব, স্বাস্থ্যত প্ৰভাৱ পৰিব। মীন ৰাশি: দাম্পত্য জীৱন মধুৰ হ’ব৷ প্ৰেমৰ সম্পর্ক আগতকৈ উন্নত৷ পৰিয়ালৰ সৈতে মনৰ মিল বাঢ়িব। যাত্ৰা নকৰাই মংগল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ