--°C
Loading...
Listen to Article
2 min read
80%
৮ মাৰ্চ,২০২২, মঙলবাৰ মেষঃ পৰিয়ালৰ কোনো সদস্যৰ বেমাৰ হ'ব পাৰে। মাতৃৰ স্বাস্থ্য উন্নত। মহিলাসকলৰ মনৰ আশা পূৰণ হ'ব। খৰচ নিয়ন্ত্ৰণত থাকিব। বৃষঃ সকলো কামত পিতৃৰ সমৰ্থন লাভ কৰিব। আৰ্থিক দিশত আজিৰ দিনটো শুভ। পৰিয়ালৰ লোকৰ সৈতে সমন্ধ শুভ। প্ৰেমত খং-ৰাগ বৃদ্ধি। মিথুনঃ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক । পৰিয়ালত মনোমালিন্য। ভ্ৰমণ কৰোতে সাৱধানে চলিব। প্ৰেমত শুভ। কৰ্কটঃ কোনো কথাত ভয় লাগি থাকিব। সন্ধিয়া ঘৰলৈ আলহী আহিব। প্ৰেমত বিচ্ছেদ। খৰচ বাঢ়িব। সিংহঃ শৰীৰ দুৰ্বল। অযথা খৰচৰ পৰা আঁতৰি থাকক। কোনো বস্তু চুৰি হ'ব পাৰে, সাৱধানে থাকিব। প্ৰেমত শুভ। কন্যাঃ কৰ্মত দক্ষতা বৃদ্ধি। পৰিয়ালত কাজিয়া। ব্যৱসায়ত উন্নতি। মন কিছু অশান্ত হৈ থাকিব। খৰচ বৃদ্ধি। তুলাঃ প্ৰেমত নেতিবাচক প্ৰভাৱ পৰিব। ব্যৱসায়ত উন্নতি। স্বাস্থ্যৰ প্ৰতি ধ্যান দিয়ক।বাহিৰা বস্তু নাখাব। সন্তানৰ শুভ। বৃশ্চিকঃ আজিৰ দিনটোত সন্মান বাঢ়িব। কৰ্মত পৰিশ্ৰম বাঢ়িব,ভাগৰুৱা অনুভৱ কৰিব। প্ৰেমত শুভ। উপহাৰ পাব পাৰে। ধনুঃ আপোনজনক লগ পাব। মনৰ আশা পূৰণ হ’ব। ভাল খাদ্য খাবলৈ পাব। ভ্ৰমণৰ সুযোগ, কিন্তু সাৱধানে থাকিব। মকৰঃ সন্মান বাঢ়িব।মনৰ উৎসাহ বৃদ্ধি। আয় বৃদ্ধি। প্ৰেমৰ সন্দেহ দূৰ হ'ব। সাহিত্যিকৰ শুভ। কুম্ভঃ কিছু মানসিক অশান্তি থাকিব।কৰ্মক্ষেত্ৰত উন্নতি। পৰিয়ালৰ সংগ উপভোগ কৰি সুখী হ'ব। ঘৰলৈ আলহী আহিব। মীনঃ মনৰ শান্তি ঘূৰি আহিব। কৰ্মক্ষেত্ৰত উন্নতি। যাত্ৰাৰ সম্ভাৱনা। স্বাস্থ্য পূৰ্বতকৈ উন্নত। প্ৰেমত মধ্যম।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ