--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • আজি আবেলি আব্দুল হাই মোল্লাই নিজ ঘৰৰ সন্মুখত থিয় হৈ থকা অৱস্থাত ৰাজাবালাৰ পৰা AS 17B 4891 নম্বৰৰ তীব্ৰবেগী ১২চকীয়া ট্ৰাক এখন নিয়ন্ত্ৰণ হেৰুৱাই বৃদ্ধাজনক খুন্দা মাৰে ।

ডিজিটেল ডেস্কঃ মেঘালয় ৰাজ্যৰ পশ্চিম গাৰো পাহাৰ জিলাৰ ফুলবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ফুলবাৰীৰ পৰা হাটশিঙিমাৰীলৈ যোৱা পথৰ গোমাইঝোৰা স্থলিত ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয়৷ উক্ত দূৰ্ঘটনাত গোমাইঝোৰা গাওঁৰ আব্দুল হাই মোল্লা নামৰ এজন বৃদ্ধাৰ থিতাতে নিহত হয় ৷


জানিব পৰা মতে আজি আবেলি আব্দুল হাই মোল্লাই নিজ ঘৰৰ সন্মুখত থিয় হৈ থকা অৱস্থাত ৰাজাবালাৰ পৰা AS 17B 4891 নম্বৰৰ তীব্ৰবেগী ১২চকীয়া ট্ৰাক এখন নিয়ন্ত্ৰণ হেৰুৱাই বৃদ্ধাজনক খুন্দা মাৰে । ভয়ংকৰ ভাবে খুন্দা মাৰাত বৃদ্ধাজন গাড়ীখনৰ সন্মুখৰ সোঁফালৰ চকাৰ তলত পৰে আৰু লগে লগে নিহত হয়৷


ফুলবাৰী আৰক্ষী থানাৰ আৰক্ষীয়ে উক্ত দূৰ্ঘটনাৰ খবৰ পাই লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু মৃত দেহটোৰ লগতে ট্ৰাকখনৰ চালকজনক ততাতৈয়াকৈ ফুলবাৰী আৰক্ষী থানালৈ লৈ যায়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
কৰ্ম সংস্থাপনৰ বাবে গৈ বটদ্ৰৱাৰ যুৱক কেৰেলামত নিৰুদ্দেশ
আমগুৰিত অলৌকিক ঘটনা! সপোনত দেখা পালে শিৱক, পুৱা চোতালৰ কলপুলিৰ তলত দৃশ্যমান হ’ল শিৱমূৰ্তি
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান