--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • দুৰ্বৃত্তই চন্দ্ৰনাথ ৰথক অতি ওচৰৰ পৰা লক্ষ্য কৰি গুলীবৰ্ষণ কৰে, যাৰ ফলত থিতাতে তেওৰ মৃত্যু হয়।

ডিজিটেল ডেস্ক: পশ্চিমবংগৰ ৰাজনীতিত পুনৰ এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰণি তুলিছে। ৰাজ্যখনৰ বিৰোধী দলপতি শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক (PA) চন্দ্ৰনাথ ৰথক নিৰ্মমভাৱে গুলীয়াই হত্যা কৰা হৈছে। এই ঘটনাক লৈ বৰ্তমান ৰাজ্যজুৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে।



প্ৰাপ্ত খবৰ অনুসৰি, দুৰ্বৃত্তই চন্দ্ৰনাথ ৰথক অতি ওচৰৰ পৰা লক্ষ্য কৰি গুলীবৰ্ষণ কৰে, যাৰ ফলত থিতাতে তেওৰ মৃত্যু হয়। ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয় আৰু তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে বৰ্তমান এইটো নিশ্চিত কৰিবলৈ চেষ্টা কৰিছে যে এই হত্যাকাণ্ড কোনো ব্যক্তিগত শত্ৰুতাৰ পৰিণতি নে ইয়াৰ আঁৰত গভীৰ ৰাজনৈতিক ষড়যন্ত্ৰ নিহিত হৈ আছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান