--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • পাকিস্তানত এতিয়া পানী আৰু বিদ্যুতৰ তীব্ৰ নাটনিয়ে দেখা দিছে। বিত্তীয় সংকটৰ বাবে দেশখনে ইন্ধন আমদানি কৰিবলৈ অসমৰ্থ হৈছে, যাৰ ফলত শক্তি উৎপাদন কেন্দ্ৰসমূহ বন্ধ হৈ পৰিছে।

ডিজিটেল ডেস্কঃ আৰ্থিক নাটনি আৰু চৰম দৰিদ্ৰতাৰে যুঁজি থকা পাকিস্তানৰ বাবে সমস্যা যেন শেষ হোৱাৰ নামেই লোৱা নাই। ইতিমধ্যে দেশখনত খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি আৰু বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ হ্ৰাস পোৱাৰ ফলত জনসাধাৰণৰ মাজত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে।


শেহতীয়া বাতৰি অনুসৰি, পাকিস্তানত এতিয়া পানী আৰু বিদ্যুতৰ তীব্ৰ নাটনিয়ে দেখা দিছে। বিত্তীয় সংকটৰ বাবে দেশখনে ইন্ধন আমদানি কৰিবলৈ অসমৰ্থ হৈছে, যাৰ ফলত শক্তি উৎপাদন কেন্দ্ৰসমূহ বন্ধ হৈ পৰিছে। ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ উদ্যোগ খণ্ড আৰু সাধাৰণ জনজীৱনত পৰিছে।


ইফালে, আন্তৰ্জাতিক মুদ্ৰা নিধি (IMF)ৰ পৰা ঋণ লাভ কৰিবলৈ পাকিস্তানে যি কঠোৰ চৰ্ত মানি চলিবলগীয়া হৈছে, তাৰ ফলত কৰৰ বোজা আৰু বৃদ্ধি পাইছে। ইয়াৰ ফলত পাকিস্তানৰ সাধাৰণ জনতাৰ জীৱন যাপন আৰু অধিক দুৰ্বিষহ হৈ পৰিছে। বিশেষজ্ঞসকলৰ মতে, যদিহে পাকিস্তানে অতি সোনকালে কোনো শক্তিশালী অৰ্থনৈতিক সংস্কাৰ নকৰে, তেন্তে দেশখন সম্পূৰ্ণৰূপে দেউলীয়া হোৱাৰ দিশে আগবাঢ়িব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
অনলাইন লটাৰীৰ প্ৰলোভন! দেৰগাঁৱৰ এগৰাকী সচেতন ব্যক্তিৰ সজাগতাত ফাদিল প্ৰৱঞ্চনাৰ জাল
পুৱা খালী ভৰিৰে ঘাঁহত খোজ কাঢ়িলে আপুনি পাব শাৰীৰিক আৰু মানসিক লাভালাভ
ডিব্ৰুগড়ত পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি! শহুৰেকৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত বোৱাৰী
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান