--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ২৪ ঘণ্টা পাৰ হৈ যোৱাৰ পিছত ডিমাহাছাও আৰক্ষীয়ে বিচাৰি উলিয়াব পৰা নাই পলায়ন কৰা বেটছিং জিডুং ওৰফে খুৰাং ডিমাছা নামৰ কয়দীজনক।

ডিজিটেল ডেস্ক : বুধবাৰে দুপৰীয়া প্ৰায় ১২ বজাত হাফলং উপকাৰাগাৰৰ পৰা পলায়ন কৰে বেটছিং জিডুং ওৰফে খুৰাং ডিমাছা নমৰ এজন প্ৰাক্তন DNLT কেডাৰ।


২৪ ঘণ্টা পাৰ হৈ যোৱাৰ পিছত ডিমাহাছাও আৰক্ষীয়ে বিচাৰি উলিয়াব পৰা নাই পলায়ন কৰা বেটছিং জিডুং ওৰফে খুৰাং ডিমাছা নামৰ কয়দীজনক। এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে জেলৰ সুৰক্ষাৰ ওপৰত। নিলম্বন কৰা জেলাৰ জনৰ নাম কল্যাণ কুমাৰ।


সূত্ৰ অনুসৰি এই ঘটনাৰ তদন্তৰ বাবে ইতিমধ্যে ডিমা হাছাও জিলাত আহি উপস্থিত হৈছে গৃহ সচিব দিগন্ত বৰা আৰু DIG (PRISON) গৌতম বৰা । 


উল্লেখ্য যে অমৃত প্ৰভা মহন্ত আৰু শেখৰ জ্যোতি গোস্বামীও একেখন কাৰাগাৰতে আছে। যদি হাফলং উপকাৰাগাৰত Safety and Security নামত একো নাই তেনেহ'লে কিয় ৰখা হ'ল জুবিন গাৰ্গৰ মৃত্যু সম্পৰ্কিত এই দুজন অভিযুক্ত ব্যক্তিক ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা