--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বুধবাৰে নিশা কাছাৰৰ লক্ষীপুৰ আৰক্ষীয়ে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই পয়লাপুল অঞ্চলৰ পৰা এজন ভুৱা চিকিৎসকক আটক কৰে। গ্ৰেপ্তাৰ হোৱা ব্যক্তিজনৰ নাম শেখৰ আচার্য।

ডিজেটেল ডেস্কঃ ভুৱা চিকিৎসকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে কাছাৰ আৰক্ষী। চিকিৎসা ব্যৱস্থাক ধ্বংস কৰি ৰোগীৰ জীৱনৰ সৈতে খেলি থকা ভুৱা চিকিৎসকৰ বিৰুদ্ধে পুনৰ এক সফল অভিযান চলাইছে কাছাৰ আৰক্ষীয়ে।



বুধবাৰে নিশা কাছাৰৰ লক্ষীপুৰ আৰক্ষীয়ে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই পয়লাপুল অঞ্চলৰ পৰা এজন ভুৱা চিকিৎসকক আটক কৰে। গ্ৰেপ্তাৰ হোৱা ব্যক্তিজনৰ নাম শেখৰ আচার্য।


অভিযোগ, বৈধ নথিপত্ৰ বা চিকিৎসা যোগ্যতা নথকা অৱস্থাতেই নিজৰ ঘৰতে ৰোগীৰ চিকিৎসা চলাই আছিল তেওঁ। আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে বিভিন্ন চিকিৎসা নথি, ঔষধ আৰু চিকিৎসা সামগ্ৰী। লগতে পোৱা গৈছে “ইণ্ডিয়ান কাউন্সিল অৱ অল্টাৰনেটিভ মেডিছিনছ”ৰ এটা সন্দেহজনক প্ৰমাণপত্ৰ । এই গ্ৰেপ্তাৰৰ সৈতে জিলাত এতিয়ালৈকে ভুয়া চিকিৎসকৰ সংখ্যা ১৮।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা