--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সময়ৰ লগে লগেই মানুহৰ চিন্তাধাৰাও সলনি হৈছে।সলনি হৈছে বহু বিচাৰ ধৰা। এনে বহুলোক আছে যি নিজৰ জন্মগত পৰিচয় পুৰুষ নে মহিলা এইলৈ মানসিক দ্বন্দ্বত ভোগে। কিয়নো জন্মগতভাৱে শাৰীৰ পৰা পুৰুষ হ’লেও মনৰ পৰা নিজকে নাৰী হিচাপে গণ্য কৰে। এনে মানসিক দ্বন্দ্বত ভোগা একাংশ লোকে আধুনিক চিকিৎসা বিজ্ঞানৰ উন্নতিৰ বাবে অস্ত্ৰোপচাৰৰ জৰিয়তে লিংগ পৰিৱৰ্তন কৰে৷ শেহতীয়াকৈ সঞ্জয় বাংগাৰ পুত্ৰ আৰিয়ান অনায়া হোৱাৰ কাহিনীয়ে চৰ্চা লাভ কৰিছে৷

ইয়াৰ পূৰ্বে কানাডাৰ খেলুৱৈ ডেনিয়েল মেকগেহে। ল’ৰাৰ পৰা ছোৱালীলৈ ৰূপান্তৰিত হৈছে৷ অৱশ্যে  ক্ৰিকেটৰ ক্ষেত্ৰখনত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আইচিচিৰ এটা নিয়ম বাধা হৈ পৰিল আৰু তেওঁ ক্ৰিকেটৰ পৰা আঁতৰি যাব লগীয়া হয়।

বিগত বছৰৰ নৱেম্বৰ মাহত অনুষ্ঠিত ব’ৰ্ডৰ বৈঠকৰ পাছত আইচিচিয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে যিকোনো খেলুৱৈয়ে পুৰুষৰ পৰা মহিলালৈ লিংগ সলনি কৰিলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মহিলা ক্ৰিকেট খেলিব নোৱাৰিব। আইচিচিৰ নিয়ম পোহৰলৈ অহাৰ পাছত ডেনিয়েল মেকগেহে ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। অৱশ্যে ক্ৰিকেটাৰগৰাকীয়ে ক্ৰীড়াক্ষেত্ৰত সমতাৰ বাবে যুঁজি থাকিব বুলি কয়।

এনে পৰিস্থিতিত বাওঁহাতৰ বেটছমেন আৰিয়ান এতিয়াৰ অনায়াই বহু স্থানীয় ক্লাবৰ হৈ ক্ৰিকেট খেলিছে। শেহতীয়াকৈ এখন মেচত ১৪৫ ৰানৰ ইনিংছ খেলিছিল৷ কিন্তু অনয়াই শীৰ্ষ পৰ্যায়ত কোনো ক্ৰিকেট খেল খেলা নাই। এনে পৰিস্থিতিত কানাডাৰ ক্ৰিকেটাৰ ডেনিয়েল মেকগেহৰ দৰে আই চি চিৰ নিয়মে ওপৰত প্ৰভাৱ পেলাব নেকি প্ৰশ্ন উত্থাপন হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ