--°C
Loading...
Listen to Article
2 min read
80%
১৬ মাৰ্চ,২০২২,বুধবাৰ মেষ ৰাশি : দিনটো শুভ৷ বহু ব্যক্তিক লগ পাব৷ কঠোৰ পৰিশ্ৰমে সুনাম কঢ়িয়াব। স্বাস্থ্যৰ শুভ। বৃষ ৰাশি : দিনটো আনন্দত কটাব। ভাগ্য ভাল৷ কৰ্মত সাফল্য অৰ্জন। বন্ধুৰ সৈতে মিলন। ভ্ৰমণত সাৱধান। মিথুন ৰাশি : মনৰ শান্তি ঘূৰি আহিব। পৰিয়ালৰ লগত তৰ্ক-বিতৰ্ক হʼব পাৰে৷ পেটৰ সমস্যাই আমনি দিব। শিক্ষাৰ্থীৰ শুভ। ককৰ্ট ৰাশি : ভাল-বেয়াৰ মাজেৰে দিনটো পাৰ হ’ব৷ব্যয় বাঢ়িব। নতুন বস্তু কিনা হ’ব পাৰে। আত্মীয়ক আগমন। সিংহ ৰাশি : দিনটো খং উঠি থাকিব। সহকৰ্মীৰ সৈতে সংঘাত। কোনোবাই অপমান কৰিব পাৰে। ভ্ৰমণত বাধা। কন্যা ৰাশি : নিজৰ ওপৰত বিশ্বাস ৰাখি কাম কৰিলে সফলতা পাব৷ বিবাহৰ সংযোগ৷ প্ৰেমত অশান্তি। পুৰণি প্ৰেমে আমনি কৰিব। তুলা ৰাশি : মানসিক অশান্তি হোৱাৰ সম্ভাৱনা৷ ব্যৱসায়ৰ ফল লাভ৷ ভাবি-চিন্তি কোনো সিদ্ধান্ত লওক৷ ঘৰুৱা শান্তি বৰ্তি থাকিব। বৃশ্চিক ৰাশি : প্ৰশংসা লাভ৷ কৰ্মত সফল৷ কৰ্মক্ষেত্ৰত পদোন্নতি৷ সন্ধিয়াটো ৰঙীন হ’ব। ধনু ৰাশি : পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত৷ শিক্ষাৰ্থীসকলৰ বাবে শুভ দিন৷ প্ৰেমৰ বাধা আঁতৰিব। মন আনন্দত থাকিব। মকৰ ৰাশি : বিবাহৰ সংযোগ৷ কষ্ট কৰিলে সফলতা নিশ্চিত। প্ৰেমত শান্তি। পত্নীৰ সৈতে বিবাদ। হেৰুৱা বস্তু ঘূৰাই পাব। কুম্ভ ৰাশি : নিজৰ কৰ্ম সম্পাদন কৰক৷ পৰিশ্ৰম কৰক৷অধ্যয়নৰ প্ৰতি আগ্ৰহ৷ প্ৰেমত শুভ৷ মীন ৰাশি : যিকোনো কৰ্ম সহজে কৰিব পাৰিব৷ প্ৰেমত শুভ৷ বন্ধুৰ সৈতে ফুৰিবলৈ যোৱা হ’ব পাৰে। পৰিয়ালত মনোমালিন্য। bfc banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস