--°C
Loading...
Listen to Article
2 min read
80%

ওজন হ্ৰাস কৰিবলৈ বিচাৰিছে নেকি? তেনেহ'লে প্ৰতিদিনেই খাওক কিছমিছ আৰু গুড়৷ এই দুটা বস্তু কম বেছি পৰিমাণে এই সকলোবোৰত পোৱা যায়। ই পুষ্টিকৰ আৰু সুস্বাদু।

ডিজিটেল ডেস্ক : পুষ্টিকৰ খাদ্য খালে আপুনি স্বাস্থ্যৱান হৈ থাকিব পাৰে৷ অতিৰিক্ত ওজন হ্ৰাস কৰিবলৈ পুষ্টিকৰ খাদ্য খোৱাটো অনিবাৰ্য৷ স্মুদিৰ পৰা প্ৰ'টিন পানীয়লৈকে- বিভিন্ন ধৰণে স্বাস্থ্যকৰ খাদ্যই ওজন নিয়ন্ত্ৰণত ৰখাত সহায়ক হয়৷ কিন্তু আপুনি হয়টো জ্ঞাত নহয় যে, কিছমিছ আৰু গুড়ে আপোনাৰ ওজন কমাবলৈ সহয়ক হয়৷ ওজন কমাবলৈ মুখ্য উপাদানসমূহ হৈছে পানী, গুড় আৰু কিছমিছ৷ এই মিশ্ৰণটোৱে উপকাৰিতা অলেখ৷ কিছমিছে খালে ওজন বৃদ্ধিৰ লগতে আপুনি সোৱাদো পাৱ৷ ভিটামিন বি, ভিটামিন চি, আইৰণসমৃদ্ধ কিছমিছে ৰোগ প্ৰতিৰোধ প্ৰণালী বৃদ্ধি কৰে৷ ই ৰক্তহীনতাৰ দৰে সমস্যা দূৰ কৰে৷ আঁহেৰে ভৰ্তি এই শুকান ফলে কোষ্ঠকাঠিন্য নিয়ন্ত্ৰণ কৰে৷ আনহাতে, আহাৰত গুড় থাকিলে হজম শক্তি বৃদ্ধি হয়৷ ই পেটৰ চৰ্বি দ্ৰুততাৰে আঁতৰ কৰাত সহায় কৰে৷ চেনী বিকল্প গুড়ত কেলৰি কম, কিন্তু প্ৰতিষেধক হিচাপে শক্তিশালী৷ এই দুটা উপাদানৰ সংমিশ্ৰণে ওজন হ্ৰাসৰ প্ৰক্ৰিয়া টো দ্ৰুত কৰে৷ কিছমিছ আৰু গুড়ৰ সংমিশ্ৰণে হজমত সহায় কৰে৷ শ্বাসতন্ত্ৰ পৰিষ্কাৰ হয়৷ কুহুমীয়া পানীত গোটেই ৰাতি ৪-৫ কিছমিছ তিয়াই থওক৷ ৰাতিপুৱা এগিলাচ পানীত ৫ গ্ৰাম কুঁহিয়াৰ গুড় তিয়াই ৰাখক৷ পানীত গুড় ভালদৰে মিহলি কৰি খোৱা উচিত৷ প্ৰথমে খালী পেটত তিয়াই থোৱা কিছমিছখিনি খাওক৷ তাৰ পাছত গুড়-পানী খাওক৷ প্ৰতিদিনে পুৱা এই মিশ্ৰণটো গ্ৰহণ কৰক৷ আপোনাৰ ওজন হ্ৰাস হোৱাট ই সহায়ক হ'ব। BFC Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস