--°C
Loading...
Listen to Article
2 min read
80%
৬ মাৰ্চ, ২০২২, দেওবাৰ মেষঃ সুন্দৰ দিন। মনৰ হতাশা আঁতৰিব। ভাল খাদ্য খাবলৈ পাব। পাৰ্টি হ'ব পাৰে।  বৃষঃ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। আয় বৃদ্ধি হ'ব। প্ৰেমত মধ্যম। পাৰিবাৰিক শান্তি বৰ্তি থাকিব। মিথুনঃ  সহোদৰ বা আত্মীয় এজনক আপোনাৰ নিৰ্দেশনাৰ প্ৰয়োজন হ'ব পাৰে। সন্ধিয়া বিশেষ কাৰোবাৰে আকস্মিক সাক্ষাৎ হ'ব পাৰে। প্ৰেমত মনৰ আশা পূৰণ। ভ্ৰমণত বাধা। কৰ্কটঃ কামত মনোযোগ দিয়ক। স্বাস্থ্যৰ হানি। সন্তানক লৈ চিন্তা। পৰিয়ালত অশান্তি চলি থাকিব। সিংহঃ কৰ্মক্ষেত্ৰত তীব্ৰ তৰ্ক-বিতৰ্কই আপোনাৰ দিনটো প্ৰভাৱিত কৰিব পাৰে। প্ৰেমত শান্তি। স্বাস্থ্য উন্নত। ভ্ৰমণত শুভ। কন্যাঃ বৰ্তমান সময়ৰ বাবে হ্ৰস্বম্যাদী পৰিকল্পনা লাভজনক হ'ব।ঘৰলৈ অতিথিৰ আগমন ঘটিব। খৰচ বাঢ়িব। প্ৰেমত অশান্তি। তুলাঃ ঘৰুৱা বিবাদ আৰম্ভ। কামৰ চাহিদা থাকিব। অত্যধিক চাপৰ ফলত ভাগৰুৱা হ'ব পাৰে। প্ৰেমাস্পদক লগ পাব। বৃশ্চিকঃ এলাহ বাঢ়িব। আপুনি যি আৰম্ভ কৰে লাহে লাহে শেষ কৰিবলৈ সক্ষম হ'ব। প্ৰেমত বাধা। মাতৃৰ স্বাস্থ্য বেয়া হব। ধনুঃ দূৰ ভ্ৰমণৰ যোগ। আপোনাৰ বৰ্তমানৰ সম্পৰ্কৰ কিছুমান তাৎক্ষণিক উত্তৰৰ প্ৰয়োজন হ'ব পাৰে। খৰচ নিয়ন্ত্ৰণত থাকিব। মকৰঃ দিনটো সুন্দৰ। আজি চিনেমা হলত চিনেমা চাবলে পাব। মন পচন্দৰ খাদ্য খাবলৈ পাব। প্ৰেমত সন্দেহ বৃদ্ধি। কুম্ভঃ নেতিবাচক আৱেগ নিয়ন্ত্ৰণ কৰক। দিনটোত মিশ্ৰিত ফলাফল পাব। স্বাস্থ্য পূৰ্বতকৈ উন্নত। প্ৰেমত শুভ। মীনঃ আপোনাৰ আত্মবিশ্বাস বাঢ়িব। বন্ধু বৰ্গ আৰু পৰিয়ালক লৈ চিন্তা আঁতৰিব। মন্দিৰ যোৱা হ'ব পাৰে। প্ৰেমৰ সম্পৰ্ক উন্নত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস