--°C
Loading...
Listen to Article
2 min read
80%
০৯ মাৰ্চ,২০২২, বুধবাৰ মেষ : দিনটো শুভ। নিজৰ ওপৰত ভৰষা ৰাখক। আপোনাৰ চাৰিওফালৰ লোকসকলক সহায়ৰ প্ৰয়োজন হ'ব পাৰে। অৰ্থনৈতিক সম্পৰ্কে চিন্তা দূৰ হ'ব। bfc2 বৃষ : দিনটো মধ্যমীয়া। প্ৰেমত শুভ।যান-বাহনৰ পৰা সাৱধান।কামৰ বাবে ভ্ৰমণ ফলপ্ৰসূ হ'ব পাৰে। মিথুন : খং-ৰাগ নিয়ন্ত্ৰণ কৰক। চাকৰিয়ালৰ শুভ। বন্ধুৰ সৈতে সংঘাত। প্ৰেমত মাদকতা হ্ৰাস। কৰ্কট : দিনটো মধ্যমীয়া।কৰ্মক্ষেত্ৰত প্ৰশংসা পাব। ভগ্নীৰ সৈতে মনোমালিন্য। মনৰ অশান্তি বাঢ়িব। সিংহ : কৰ্মজীৱনত প্ৰসংশা লাভৰ যোগ। হেৰুৱা সম্পৰ্ক ঘূৰাই পাব। পৰিয়ালত শান্তি। পূব দিশত ভ্ৰমণ নকৰিব। কন্যা : দিনটো শুভ। ভাগ্য ভাল। পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত। প্ৰেমত অস্থিৰতা। সাংবাদিকৰ শুভ। তুলা : নতুনকৈ ব্যৱসায় আৰম্ভ নকৰাই ভাল। খৰচ বাঢ়িব। প্ৰেমত সন্দেহ বৃদ্ধি। পৰিয়ালৰ শান্তি বৰ্তি থাকিব। বৃশ্চিক : স্বাস্থ্য ভালে নাযাব। ঘৰলৈ মন পচন্দৰ আলহী আহিব। কোনো কথাত মন বেয়া হব পাৰে। শিক্ষাৰ্থীৰ শুভ। ধনু : স্বাস্থ্যৰ যত্ন লওক। খোৱা-বোৱাত ধ্যান দিয়ক। প্ৰেমত শান্তি। পৰিয়ালত সংঘাত। খৰচ বৃদ্ধি। মকৰ : কৰ্মব্যস্ততা বৃদ্ধি। স্বাস্থ্য বৰ ভালেৰে নাযাব। বন্ধুৰ সৈতে আনন্দ উপভোগ। ভ্ৰমণৰ যোগ। কুম্ভ : বৈবাহিক জীৱনত আনন্দ। নতুন খবৰ আহিব পাৰে। প্ৰেমাস্পদক লগ পাব। উপহাৰ পাব। মীন : ভ্ৰমণত শুভ। বন্ধুৰ সৈতে কোনো স্থানলৈ যাত্ৰা। সকলো কাম সমাধা হ'ব। খৰচ বৃদ্ধি। প্ৰেমত শুভ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ