--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাট উচ্চ ন্যায়ালয়ৰ দুজন ন্যায়াধীশে বিচাৰ কক্ষতে  কাজিয়াত লিপ্ত হোৱাৰ কথাই তাব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এটা বিষয়ত ৰায়দানকলৈয়েই বিচাৰক দুগৰাকীৰ মাজত মতভেদ হয় আৰু তাৰ পৰিণতিতে বাক-বতণ্ডাৰ পিবেশে বিৰাজ কৰে।  অৱশ্যে  তৰ্কৰ লিপ্ত হোৱা  এগৰাকী বিচাৰকে  ঘটনাটোৰ বাবে পিছত ক্ষমা  বিচাৰে।

প্ৰকৃততে কি ঘটিছিল? জানিব পৰা মতে  ন্যায়াধীশ বীৰেন বৈষ্ণো আৰু ন্যায়াধীশ মৌনা ভাটৰ  খণ্ড বিচাৰপীঠে এটা গোচৰত ৰায়দান কাৰ সময়ত ন্যায়াধীশ দুগৰাকীৰ মতভেদ হৈছিল।   পৰিস্থিতি ক্ৰমান্বয়ে উত্তপ্ত হৈ পৰিছিল।সেই  মুহূৰ্তটোৰ এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । পিছত ইয়াক ইউটিউবৰ পৰা আঁতৰাই দিয়া হয়।  জ্যেষ্ঠ ন্যায়াধীশ বৈষ্ণোৱে এটা গোচৰত ৰায় দি আছিল। ন্যায়াধীশ ভাটে সেই ৰায়টো  ভালপোৱা নাছিল।ন্যায়াধীশ বৈষ্ণোক ভাটক কাণে কাণে কিবা ক'ব বিচাৰিছিল। 

ন্যায়াধীশ বৈষ্ণোৰ ভাটৰ  এনে আচৰণত  খং উঠিছিল। তেওঁ কৈছিল "যদি মতভেদ হয়, ন্যায়াধীশ ভাটে বেলেগ ৰায় দিব লাগে আৰু কোনো কথা  কাণত ফুচফুচাই কোৱা উচিত নহয়," । খঙৰ ভমকত ন্যায়াধীশ বৈষ্ণোৱে আদালত কক্ষৰ পৰা ওলাই যায় ।

কিন্তু  পিছত ন্যায়াধীশ বৈষ্ণোৱে ভাটৰ ওচৰত ক্ষমা বিচাৰে।ন্যায়াধীশ বৈষ্ণোৱে কয়  "সোমবাৰে যি ঘটিছিল তাৰ বাবে মই অত্যন্ত দুঃখিত," ।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ