--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উচ্চ ৰক্তচাপ আৰু কলেষ্টেৰলৰ সমস্যাৰ দ্বাৰা বহুলোক প্ৰভাৱিত হৈছে। যদি আপুনি এই সমস্যাৰ পৰা নিয়ন্ত্ৰণত থাকিব বিচাৰে তেনেহলে  প্ৰতিজন ব্যক্তিয়ে অধিক সাৱধান হ'ব লাগিব। কিয়নো এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ, আপুনি আপোনাৰ জীৱনশৈলী আৰু আহাৰত এক ডাঙৰ পৰিৱৰ্তন অনাৰ বাহিৰে আন কোনো গত্যন্তৰ নাই। 

দৰাচলতে, আমাৰ বৰ্তমানৰ জীৱনশৈলীৰ নিৰ্দিষ্ট কোনো ঠিকনা নাই।  বেছিভাগ মানুহেই শাৰীৰিক কাম নকৰে। বহুতো মানুহে কেৱল কম্পিউটাৰটোৰ সন্মুখত বহি দিনৰ পাছত দিন বহিব লগা হয়।  বহুক্ষেত্ৰত ই মানুহৰ জীৱনত সমস্যা হয়। কিয়নো যদি আপুনি কঠোৰ পৰিশ্ৰম নকৰে, সমস্যা যেন আহি পৰিব সেইয়া নিশ্চিত। 

বাব ৰামদেৱে উচ্চ ৰক্তচাপৰ সমস্যত ভূগি থকা মানুহৰ বাবে পৰামৰ্শ।  বাবা ৰামদেৱৰ মতে-

এলো ভেৰা
এলো ভেৰা হৈছে এক উৎকৃষ্ট খাদ্য।  এলেভাৰাৰ সৈতে আমলখি মিহলি কৰি খাওঁক এই মিশ্ৰণটোৱে পেট স্বাস্থ্যৱান কৰি ৰাখে। ই বিপি, কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰি ৰাখে। দৰাচলতে, এলো ভেৰা আৰু আমলখিত যথেষ্ট পৰিমাণৰ এণ্টিঅক্সিডেণ্ট থাকে। এই এণ্টিঅক্সিডেণ্টে শৰীৰক স্বাস্থ্যৱান কৰি ৰাখিব পাৰে। সেয়েহে, প্ৰতিজন ব্যক্তিয়ে এই এলো ভেৰা আৰু আমালকি ৰস খাব লাগে।

নিম আৰু তুলসী
নিম ডায়েবেটিচৰ বাবে এক উৎকৃষ্ট খাদ্য। এই খাদ্যত ডায়েবেটিক ৰোধক উপাদান থাকে। গতিকে যদি আপুনি ডায়েবেটিচ ৰোগৰ পৰা সকাহ পাব বিচাৰে তাৰ বাবে নিম অতি উপকাৰী হ'ব পাৰে। যদি  আপুনি নিমৰ সৈতে তুলসী খায়, আপোনাৰ কলেষ্টেৰল আৰু ৰক্তচাপ নিয়ন্ত্ৰণত থাকিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ