--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আপোনাৰ খাদ্যৰ তালিকাত নিশ্চয় বাদ নপৰে বিলাহী৷ ৰঙা আৰু সেউজীয়া বিলাহী সচৰাচৰ ব্যৱহাৰ কৰা হয় ৰন্ধন প্ৰনালীত৷ কিন্তু আপুনি কেতিয়াবা এটা ক'লা বিলাহী দেখিছে নে? এইবাৰ নতুন 'ছুপাৰফুড'ৰ তালিকাত অন্তৰ্ভুক্ত হৈছে ক'লা বিলাহী৷ 'ব্লেক টমেটোচ', যাক ইণ্ডিগো ৰোজ টমেটো বুলিও জনা যায়৷ ক'লা বিলাহী হৈছে ৰঙা আৰু বেঙুনীয়া বিলাহীৰ মাজত এক ক্ৰছ-প্ৰজাতি৷ শেহতীয়াকৈ বজাৰত অহা ছুপাৰফুডত অন্তৰ্ভুক্ত হৈছে এই ক'লা বিলাহী। এই ক'লা বিলাহীৰ বিষয়ে অধিক জানিব লৈ চাওক: • ইয়াত এন্থোচাইনিন নামৰ এক বিশেষ এণ্টিঅক্সিডেণ্ট থাকে৷ যি এক ডাঠ ৰং প্ৰদান কৰে আৰু কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে৷ ইয়াৰ উপৰি বয়স বৃদ্ধিৰ প্ৰক্ৰিয়া লেহেম কৰাত সহায় কৰিব পাৰে। • ক'লা বিলাহী হৈছে আৰ্থ্ৰাইটিছৰ বাবে এক ভাল খাদ্য৷ • সাধাৰণ ৰঙা বিলাহীৰ সোৱাদ টেঙা কিন্তু ক'লা বিলাহীৰ সোৱাদ নিমখীয়া। • ক'লা বিলাহী ভিটামিন এ আৰু চিৰ এক সমৃদ্ধ উৎস। • ই বেয়া কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস