--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দীৰ্ঘসময়ৰ জল্পনা কল্পনাৰ অন্ত পেলাই চেম্পিয়নছ ট্ৰফী সন্দৰ্ভত গ্ৰহণ কৰিলে চূড়ান্ত সিদ্ধন্ত৷ চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বাবে হাইব্ৰিড মডেলত অনুমোদন জনালে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে৷ ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থা আইচিচিৰ অনুমোদনৰ পাছতে চেম্পিয়নছ ট্ৰফী ২০২৫ৰ চৰ্ত মানিলবলৈ বাধ্য হয় পাকিস্তান ক্ৰিকেট ব’ৰ্ড৷

ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থা আইচিচিৰ অধ্যক্ষ হিচাপে জয় শ্বাহৰ এই সিদ্ধান্তই৷ আইচিচিৰ এই সিদ্ধান্তই পাকিস্তানক ক্ষুব্ধ কৰি তুলিছে। সিদ্ধান্তই লোকচানৰ মুখলৈও ঠেলি দিছে পাকিস্তান ক্ৰিকেট ব’ৰ্ডক৷কাৰণ আইচিচিয়ে এই সিদ্ধান্তৰ বাবে পাকিস্তানক কোনো ধৰণৰ ক্ষতিপূৰণ নিদিয়ে।

আইচিচিয়ে চেম্পিয়নছ ট্ৰফীৰ হাইব্ৰিড মডেলত অনুমোদন জনোৱা বাবে এতিয়া ভাৰতীয় দলে চেম্পিয়নছ ট্ৰফীৰ বাবে পাকিস্তান ভ্ৰণত যাব নালাগে ভৰতীয় দল৷  এতিয়া আইচিচিৰ সিদ্ধান্ত অনুসৰি এই প্ৰতিযোগিতাৰ ভাৰতীয় দলৰ সকলো মেচ অনুষ্ঠিত হ’ব ডুবাইত। 

উল্লেখযোগ্য যে যদি ভাৰতীয় দলে প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰে, তেন্তে ফাইনেল মেচখনো ডুবাইত অনুষ্ঠিত হ’ব। অৱশ্যে ভাৰতীয় দল যদি ফাইনেলৰ পূৰ্বেই প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়, তেতিয়া পূৰ্ব নিৰ্ধাৰিত সিদ্ধান্ত অনুসাৰে লাহোৰত অনুষ্ঠিত হ’ব ফাইনেল মেচ। এই সন্দৰ্ভত আইচিচিয়ে এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰাই৷ 

আইচিচিয়ে এই পৰ্যন্ত চেম্পিয়নছ ট্ৰফীৰ সূচী প্ৰকাশ নাই যদিও। ইতিমধ্যে প্ৰকাশ পোৱা এক ড্ৰাফ্ট সূচী অনুসৰি ১৯ ফেব্ৰুৱাৰীৰ পৰা ৯ মাৰ্চলৈ চেম্পিয়নছ ট্ৰফী অনুষ্ঠিত হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ