--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পাকিস্তানত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী ২০২৫ অৱশ্যে আই চি চিয়ে এতিয়ালৈকে খেলৰ সময়সূচী ঘোষণা কৰা নাই।বিগত ৭ বৰ্ষৰ অন্তত অনুষ্ঠিত হ’ব লগীয়া চেম্পিয়নছ ট্ৰফী ৮টা দলৰ মাজত অনুষ্ঠিত হ’ব। ইতিমধ্যে চেম্পিয়নছ ট্ৰফী ২০২৫ ভাৰতৰ অংশগ্ৰহণ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত অৱগত কৰিছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদক। 

প্ৰাপ্ত খবৰ অনুসৰি ২০২৫ চনত অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নছ ট্ৰফীত ভাৰতে অংশগ্ৰহণ কৰিবলৈ পাকিস্তান ভ্ৰমণত নাযায় বুলি।দুয়োখন দেশৰ মাজত চলিথকা সংঘাটপূৰ্ণ সম্পৰ্কৰ বাবে ভাৰত চৰকাৰে পাকিস্তানলৈ দল প্ৰেৰণ নকৰিবলৈ পৰামৰ্শ দিছে বুলি আইচিচিক সদৰি কৰিছে।২০০৮ চনৰ এছিয়া কাপৰ পিছত ভাৰতৰ দলটো পাকিস্তান ভ্ৰমণলৈ যোৱা নাই।

চেম্পিয়নছ ট্ৰফীত অংশগ্ৰহণৰ বাবে টিম ইণ্ডিয়াই পাকিস্তান ভ্ৰমণত নাযায় তেন্তে এই মেচখনো হাইব্ৰিড মডেলত খেলিব পাৰিব। এনে ক্ষেত্ৰত ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফী ইউএইত ভাৰতৰ বিৰুদ্ধে খেলিব পাৰে। ইয়াৰ পূৰ্বে ২০২৩ চনত এছিয়া কাপো হাইব্ৰিড মডেলত অনুষ্ঠিত হৈছিল। তেতিয়াও আয়োজক পাকিস্তানৰ সৈতে টিম ইণ্ডিয়াৰ মেচসমূহ শ্ৰীলংকাত অনুষ্ঠিত হৈছিল। ফাইনেল মেচখনো শ্ৰীলংকাত অনুষ্ঠিত হয়। 

শেহতীয়াকৈ পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ মহছিন নাকৱীয়ে ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফী সন্দৰ্ভত  তেওঁ কয় যে কিছুদিনৰ পৰা ভাৰতীয় দলটোৱে চেম্পিয়নছ ট্ৰফীৰ বাবে পাকিস্তান ভ্ৰমণত নাহে বুলি খবৰ আহিছে। পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষগৰাকীয়ে কয় যদি কিবা সমস্যা আছে তেন্তে তেওঁলোকে স্থিতি লিখিতভাৱে জনাব লাগে বুলি কয়। যদি ভাৰতীয় দল পাকিস্তনলৈ নাহে,তেন্তে চৰকাৰৰ ওচৰলৈ যাব লাগিব। তাৰ পিছত পাকিস্তান চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰে সেইটো মানি চলিব লাগিব বুলি সদৰি কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ