--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়াকৈ ঘোষণা কৰা হ’ল আইচিচি টেষ্ট ৰেংকিঙৰ তালিকা৷  বিগত দুখন টেষ্ট ছিৰিজ-বাংলাদেশ আৰু নিউজিলেণ্ডৰ লগত দুয়োখন টেষ্ট ছিৰিজত ভাৰতীয় তাৰকা বেটছমেন বিৰাট কোহলীৰ প্ৰদৰ্শন অতি দুৰ্বল আছিল যাৰ বাবে বৰ্তমান সময়ৰ শ্ৰেষ্ঠ বেটছমেন হিচাপে পৰিগণিত ক্ৰিকেটাৰ গৰাকীয়ে বিগত ১০টা বৰ্ষৰ পাছত আইচিচি টেষ্ট ৰেংকিঙৰ তালিকাত ২২নম্বৰলৈ অবনমিত হৈছে৷

ইফালে আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ শৃংখলাৰ অন্তিম টেষ্টত আকৰ্ষণীয় প্ৰদৰ্শনৰ পাছত ভাৰতীয় ক্ৰিকেটাৰ ঋষভ পণ্ট আৰু নিউজিলেণ্ডৰ ক্ৰিকেটাৰ ডেৰিল মিচেলে আইচিচি পুৰুষৰ টেষ্ট বেটিং ৰেংকিঙৰ শীৰ্ষ দহটা স্থানত পুনৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ 

আই চি চি টেষ্ট ৰেংকিঙত শ্ৰেষ্ঠ ২০ গৰাকী বেটছমেনৰ তালিকাত ভাৰতীয় বেটছমেন যশস্বী জয়ছোৱাল চতুৰ্থ স্থান লাভ কৰিছে ষষ্ঠ স্থানত আছে ঋষভ পন্ত। ১৬ নম্বৰত আছে শুভ্মান গিল। ইয়াৰ পৰিৱৰ্তে আই চি চি টেষ্ট ৰেংকিঙত বিৰাট কোহলী ২২ নম্বৰ স্থানলৈ ৰোহিত শৰ্মা ২৬ নম্বৰ স্থানলৈ অৱনমিত হোৱা পৰিলক্ষিত হ’ল।

আনহাতে আই চি চি টেষ্ট ৰেংকিঙত শীৰ্ষ ২০ গৰাকী বলাৰৰ তালিকাত ভৰাতীয় বলাৰ যশপ্ৰীত বুমৰাহ আছে তৃতীয় স্থানত, ৰবিচন্দ্ৰন অশ্বিন আছে পঞ্চম স্থানত আৰু ৰবীন্দ্ৰ জাডেজা ষষ্ঠস্থান লাভ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ