--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰিলায়েন্স গ্ৰুপ অফ ইণ্ডাষ্ট্ৰিজৰ সহ-অধ্যক্ষ মুকেশ আম্বানী হৈছে ভাৰতৰ সম্ভ্ৰান্ত লোকৰ ভিতৰত এজন। তেওঁৰ আৰু তেওঁৰ পত্নী নীতা আম্বানীয়ে বিলাসী জীৱন যাপনৰ বিষয়ে জানিবলৈ বহুজন আগ্ৰহী । মুম্বাইত থকা তেওঁলোকৰ অট্টালিকা 'এণ্টিলিয়া'ত সুসজ্জিত হৈ আছে বহু দেশ আৰু বিদেশৰ বহু বিলাসী সামগ্ৰী। মুকেশ আম্বানীৰ পত্নী নীতা আম্বানীয়ে বহুত ব্যয়বহুল বস্তু ব্যৱহাৰ কৰে৷ ইয়াৰ উপৰিও তেওঁৰ দৈনিক ৰুটিন সাধাৰণ মানুহৰ পৰা বহুত পৃথক।

অৱশ্যে, নীতা আম্বানীক কেৱল মুকেশ আম্বানীৰ পত্নী হিচাপেই নহয়, আই পি এলৰ দল মুম্বাই ইণ্ডিয়ানছৰ এটি চিনাকি মুখ হিচাপেও জনা যায়। আমি প্ৰায়ে তেওঁক সামাজিক মাধ্যমত ফটো পোষ্ট কৰা দেখা পাওঁ। অৱশ্যে, এই মুহূৰ্তত, নীতা আম্বানীৰ এখন ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য'ত বিদেশৰ এগৰাকী জনপ্ৰিয় ক্ৰিকেটাৰক সৱাটি ধৰে নীতা আম্বানীয়ে৷ কোনজন ক্ৰিকেটাৰে নীতা আম্বানীক নিজৰ বাহুত ল'লে আকোৱালী আৰু ইয়াৰ কাৰণ কি হ'ব পাৰে?


নীতা আম্বানীৰ এই ফটোখনে ছ'চিয়েল মিডিয়াত পোষ্ট কৰাৰ লগে লগে ভাইৰেল হৈ পৰে৷ সামাজিক মাধ্যমত ভাইৰেল ফটোখনৰ বাবে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে নীতা। এই ফটোখনত নিউজিলেণ্ডৰ আটাইতকৈ বেগী দ্ৰুত বলাৰ-তথা-বেটছমেন কেৰী এণ্ডাৰছনক নীতা আম্বানীক বাহুত ধৰি থকা দেখিবলৈ পোৱা যায়। এই ফটোখন এখন বিশেষ খেলৰ পৰা লোৱা হৈছিল য'ত মুম্বাই ইণ্ডিয়ানছে এটা ডাঙৰ লক্ষ্যৰ উপনীত হ'বলৈ প্ৰয়াস কৰি আছিল। সেই খেলখনত কোৰি এণ্ডাৰচনৰ বেটিঙে ৰোমাঞ্চক কৰি তুলিছিল আইপিএলৰ খেলপথাৰ৷ আৰু এণ্ডাৰচনৰ সুদক্ষ পৰাদৰ্শিতাৰ বাবে বিজয়ৰ মুকুট পিন্ধিবলৈ পাৰিছিল মুম্বাইয়ে৷ যাৰ লৈ সেই সময়ত মুম্বাই ইণ্ডিয়ানছৰ প্ৰতিজন সদস্য অত্যন্ত উৎসাহিত আৰু আনন্দিত দেখা গৈছিল। এই আনন্দৰ বাবেই এণ্ডাৰছনৰ অভিনন্দন জনাবলৈ গৈ নীতাই সকলোৰে সন্মুখতে সাবটি ধৰে।

এই ঘটনা আছিল ২০১৪ বৰ্ষৰ আইপিএলৰ৷ এইবৰ্ষটো আই পি এল চলি থকাৰ লগে লগে এই ছবিখনে ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীক দিছে যথেষ্ট আমোদ৷ যাৰবাবে মুহুৰ্ততে ভাইৰেল হৈ পৰে ফটোখন৷ উল্লেখ্য যে, কেৱল এণ্ডাৰছনৰ লগতেই নহয় বহু ক্ৰেকেট তাৰকাৰ লগত উঠা ফটোৱে চৰ্চিত কৰে ভাৰতৰ সম্ভ্ৰান্ত মহিলাগৰাকীক৷

এই ছিজনত ১০ টা দলে আই পি এল ট্ৰফীৰ বাবে প্ৰতিদ্বণ্ডিতা কৰিব। মুম্বাই ইণ্ডিয়ানছ এই দলবোৰৰ ভিতৰত অন্যতম। কিন্তু তাৰ আগতে, কাৰি এণ্ডাৰছনৰ সৈতে নীতা আম্বানীৰ এনে এখন ফটো ভাইৰেল হোৱাত নীতাই নিজেই সংকোচবোধ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ