--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলী আৰু উইকেটকীপাৰ ঋষভ পণ্টে ৰঞ্জি ট্ৰফী ২০২৪-২৫ ৰ মেচত অংশগ্ৰহন কৰিব । ২০১৯ চনৰ পিছত প্ৰথমবাৰৰ বাবে এই দুয়োগৰাকী খেলুৱৈয়ে দিল্লীৰ বাবে সম্ভাৱ্য খেলুৱৈৰ তালিকাত অন্তৰ্ভুক্ত হৈছে। ফাষ্ট বলাৰ ইশান্ত শৰ্মাক এতিয়ালৈকে স্থান দিয়া হোৱা নাই। বুধবাৰে দিল্লী আৰু জিলা ক্ৰিকেট সন্থাই ৮৪ গৰাকী খেলুৱৈৰ তালিকা প্ৰকাশ কৰে।

বিৰাট কোহলীয়ে শেষবাৰৰ বাবে ২০১২-১৩ ছিজনত ৰঞ্জী মেচ খেলিছিল। ঋষভ পণ্টে ২০১৫ চনত অন্তিমখন ৰঞ্জী মেচ খেলিছিল। ১১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ৰঞ্জি ট্ৰফীৰ চলিত ছিজন। দিল্লীৰ প্ৰথমখন মেচ ছত্তীশগড়ৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব কিন্তু এইখন খেলৰ স্থান এতিয়ালৈকে নিৰ্ণয় হোৱা নাই।

Ranji Trophy: Mumbai crush Kerala | Onmanorama Cricket


তালিকাত প্ৰকাশ নাপালে ঈশান্ত শৰ্মাৰ নাম ;

তালিকাত অন্তৰ্ভুক্ত হোৱা অধিকাংশ খেলুৱৈয়ে দিল্লী প্ৰিমিয়াৰ লীগ (ডিপিএল ২০২৪)ত অংশগ্ৰহণ কৰিছিল। পেচাৰ নৱদীপ ছাইনী, মায়ংক যাদৱ, হৰ্ষিত ৰানা, হিমাংশু চৌহান আৰু দিবজ মেহৰা আটাইকেইজনে সম্ভাৱ্য তালিকাত স্থান লাভ কৰে। অৱশ্যে এই দীঘলীয়া তালিকাত নাম নাই ঈশান্ত শৰ্মাৰ।

Rishabh Pant Has Been Spoken to, He Knows His Mistake: Virat Kohli Ahead of  3rd SA Test

ৰঞ্জি ট্ৰফী ২০২৪-২৫ৰ বাবে দিল্লীৰ ৮৪জনীয়া সম্ভাৱ্য তালিকা ;

বিৰাট কোহলী, ঋষভ পন্ট, হিম্মৎ সিং, প্ৰাণশু বিজয়ন, অনিৰুদ্ধ চৌধুৰী, ক্ষীতিজ শৰ্মা, বৈভৱ কণ্ডপাল, সিদ্ধান্ত বংসাল, সমৰ্থ ছেঠ, জোন্টি সিদ্ধু, সিদ্ধান্ত শৰ্মা, তিশান্ত ডাবলা, নৱদীপ ছাইনী, হৰ্ষ ত্যাগী, লক্ষ্য থাৰেজা (উইকেটকীপাৰ), সুমিত মথুৰ . শিৱম গুপ্তা (উইকেটকীপাৰ), বৈভৱ শৰ্মা, জিতেশ সিং, ৰোহিত যাদৱ, সুমিত কুমাৰ, আনমোল শৰ্মা, কেশৱ দাবা, সনাত সংগৱান, শুভম শৰ্মা (উইকেটকীপাৰ), আৰ্য্য চৌধুৰী, আৰ্য্য ৰাণা, ভগৱান সিং, প্ৰণৱ ৰাজবংশী (উইকেটকীপাৰ), সৌৰভ ডাগৰ , মনে গ্ৰেৱাল, কুঁৱৰ বিধুৰি, নিখিল চাংৱান, পুনীত চাহাল, প্ৰিয়ংশ আৰ্য্য, যশ ধুল, ৰাজকুমাৰ যাদৱ, হৰ্ষিত ৰানা, মায়ংক যাদৱ, সুয্যাশ শৰ্মা, অৰ্পিত ৰাণা, দিবাজ মেহৰা, সুজল সিং, হাৰ্দিক শৰ্মা, হিমাংশু চৌহান, আয়ুষ দোসেজা, অংকিত ৰাজেশ কুমাৰ, ধ্ৰুৱ কৌশিক, অংকুৰ কৌশিক, কৃষ্ণ যাদৱ, বংশ বেদী, যশ ছেহৰাৱত, বিকাশ সোলংকি, ৰাজেশ শৰ্মা, তেজস্বী দহিয়া (উইকেটকীপাৰ), ৰৌনক বাঘেলা, মনপ্ৰীত সিং, ৰাহুল গেহলট, আৰিয়ান ছেহৰাৱত, শিৱম শৰ্মা, সিদ্ধাৰ্থ শৰ্মা, পাৰভ সিংঘালা, যোগেশ সিং, দীপেশ বাল্যান, সাগৰ তনৱাৰ, ঋষভ ৰানা, অখিল চৌধুৰী, দিগবেশ ৰাথী, সৰ্থক ৰঞ্জন, অজয় ​​গুলিয়া।





FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ