--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সোমবাৰ ২১ মাৰ্চ, ২০২২ মেষ ৰাশি - এই ৰাশিৰ জাতক-জাতিকাই আজিৰ দিনটোত যিকোনো ধৰণৰ বিতৰ্ক পৰিহাৰ কৰক। আৰ্থিক সীমাবদ্ধতাৰ বাবে, কিছুমান গুৰুত্বপূৰ্ণ কাম মাজতে স্থগিত হৈ পৰিব পাৰে। প্ৰিয়জনৰ সৈতে অন্তৰংগ মুহূৰ্ত পাৰ কৰিবলৈ সুযোগ পাব। শত্ৰুৰ পৰা সাৱধান। মাতৃৰ পৰা সহযোগিতা লাভ কৰিব। শৈক্ষিক কামত ব্যাঘাত জন্মিব পাৰে। পত্নীৰ স্বাস্থ্যৰ যতন লওক। বৃষ ৰাশি - এই ৰাশিৰ জাতক-জাতিকাই আজিৰ দিনটোত বৈবাহিক জীৱনত সুখ বৃদ্ধি পাব। আজি ভাগ্যৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। চাকৰিয়ালসকলে বিষয়াসকলৰ পৰা সহযোগিতা লাভ কৰিব লগতে কৰ্মক্ষেত্ৰত বদলিৰ যোগ আছে। পুৰণি বিবাদ আজি সমাধান কৰিবলৈ সক্ষম হ’ব। মিথুন ৰাশি - এই ৰাশিৰ জাতক-জাতিকাই আজিৰ দিনটোত কামত থকা বাধাবোৰ আঁতৰ হ’ব। কামত অগ্ৰগতি লাভ কৰিব। সংস্থাপনৰ সুযোগ লাভ কৰিব পাৰে। চৰকাৰী চাকৰিয়াল সকলে বদলিৰ সুযোগ পাব। পত্নীৰ সৈতে সাধাৰণ মতানৈক্য ঘটিব পাৰে। কৰ্কট ৰাশি - এই ৰাশিৰ জাতক-জাতিকাই আজিৰ দিনটোত পৰোপকাৰ আৰু সামাজিক কামে আজি আকৰ্ষিত কৰিব। পত্নীৰ সৈতে সাধাৰণ বিবাদ ঘটিব পাৰে যদিও সেয়া নিষ্পত্তি কৰিবলৈ সক্ষম হ'ব। মাতৃৰ স্বাস্থ্যৰ যতন লওক। ব্যৱসায় সম্প্ৰসাৰণত ভাতৃ আৰু বন্ধুৰ সহযোগিতা লাভ কৰিব পাৰে। সিংহ ৰাশি - এই ৰাশিৰ জাতক-জাতিকাই আজিৰ দিনটোত পুৰণি কিবা এটাৰ বিষয়ে অলপ চিন্তিত হ’ব পাৰে, কিন্তু সন্ধিয়ালৈ সকলো ঠিক হৈ যাব। আজি, ঘৰত হঠাতে এজন বন্ধুৰ আগমন হ’ব পাৰে। স্বাস্থ্যৰ যতন লওক। ব্যৱসায়ত বিনিয়োগৰ পূৰ্বে অভিজ্ঞজনৰ পৰা পৰামৰ্শ লওক। কন্যা ৰাশি - এই ৰাশিৰ জাতক-জাতিকাই আজিৰ দিনটোত পাৰিবাৰিক সন্মান বৃদ্ধি হ’ব। বৈবাহিক জীৱনত সুখ বৃদ্ধি পাব। নিযুক্তিৰ সুযোগ বিকশিত হ’ব। অপ্ৰয়োজনীয় ব্যয় পৰিহাৰ কৰিবলৈ চেষ্টা কৰক। কৰ্মচাৰীসকলৰ পদোন্নতি বা অৰ্থনৈতিক লাভালাভ থাকিব পাৰে। ভাল খবৰ লাভ কৰিব পাৰে। আধৰুৱা কাম সম্পূৰ্ণ কৰিব পাৰিব। তুলা ৰাশি - এই ৰাশিৰ জাতক-জাতিকাই আজিৰ দিনটোত আপোনাৰ শক্তিৰ স্তৰ উচ্চ হ’ব। আনক টকা ধাৰলৈ দিয়াৰ পৰা বিৰত থাকক। ব্যৱসায় সংক্ৰান্তীয় কাৰণত ভ্ৰমণ কৰিব লগা হ’ব পাৰে। পত্নীৰ পৰা সমৰ্থন লাভ কৰিব। নিজৰ লগতে মাতৃৰ স্বাস্থ্যৰ যতন লওক। পুৰণি সম্পত্তিৰ পৰা আজি আপোনাৰ অৰ্থ লাভ হ’ব। বৃশ্চিক ৰাশি - এই ৰাশিৰ জাতক-জাতিকাই আজিৰ দিনটোতআজি কিছুমান লোকৰ সম্পূৰ্ণ সহযোগিতা লাভ কৰিব। আপুনি কাৰ্যালয়ৰ কামৰ সৈতে সম্পৰ্কিত ভ্ৰমণ কৰিব লাগিব পাৰে। এই যাত্ৰা লাভজনক হ’ব। আপুনি ধনৰ বিষয়ে ভাল খবৰ পাব পাৰে। আজি আপুনি এটা কোম্পানীৰ পৰা চাকৰিৰ প্ৰস্তাৱ পাব পাৰে। ধনু ৰাশি - এই ৰাশিৰ জাতক-জাতিকাই আজিৰ দিনটোত ধৰ্মীয় কাৰ্যকলাপত জড়িত হ’ব। খাদ্যৰ প্ৰতি আগ্ৰহ বৃদ্ধি হ’ব। ব্যৱসায়িক যাত্ৰা সফল হ’ব। আপোনাৰ আইনী কাম ত্বৰান্বিত হ’ব। উপাৰ্জনৰ নতুন উৎসই আপোনাক আৰ্থিক ভাৱে শক্তিশালী কৰিব। মকৰ ৰাশি - এই ৰাশিৰ জাতক-জাতিকাই আজিৰ দিনটোত মনোভাৱ সলনি কৰিবলৈ সামাজিক অনুষ্ঠান এটাত যোগদান কৰক। প্ৰাৰ্থনাই আপোনাৰ ইচ্ছা পূৰণ কৰিব আৰু সৌভাগ্যই আপোনাৰ সংগ দিব। পূৰ্বে কৰা কোনো কঠোৰ পৰিশ্ৰমে আজি আপোনাক সুফল প্ৰদান কৰিব। কিন্তু আনৰ আগত নিজৰ মনৰ কথা কোৱাৰ পূৰ্বে সাৱধান হওক। কুম্ভ ৰাশি - এই ৰাশিৰ জাতক-জাতিকাই আজিৰ দিনটোত মানসিক শক্তি বৃদ্ধি হ'ব। সামাজিক স্থানত আজি আপোনাৰ সন্মান বৃদ্ধি পাব। ঘৰত ধৰ্মীয় কাৰ্যকলাপ অনুষ্ঠিত হ’ব পাৰে। ব্যৱসায়ীসকলে কোনো নতুন ব্যৱসায়ৰ বিষয়ে চিন্তা চৰ্চা কৰিব পাৰে। নতুন প্ৰকল্পত কৰা বিনিয়োগে আপোনাক লাভাৱাম্বিত কৰিব। পিতৃ-মাতৃৰ পৰা সমৰ্থন লাভ কৰিব। শিশুৰ স্বাস্থ্যৰ যতন লওক। মীন ৰাশি - এই ৰাশিৰ জাতক-জাতিকাই আজিৰ দিনটোত আজি ব্যৱসায়ৰ ক্ষেত্ৰত সবল হ'ব। ক্ষুদ্ৰ ব্যৱসায়ী সকলে তেওঁলোকৰ লাভ বৃদ্ধি কৰিবলৈ সক্ষম হ’ব। বুকুৰ বিষৰ দৰে ৰোগত আক্ৰান্ত হ’ব পাৰে। পাৰিবাৰিক দায়িত্ব বৃদ্ধিয়ে আজি আপোনাক ক্ষন্তেক সময়ৰ বাবে বিচলিত কৰিব পাৰে। খং পৰিহাৰ কৰক। আজি আপুনি কোনো কাৰণত ভ্ৰমণ কৰিবলগা হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ