--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় মহিলা ক্ৰিকেট দলৰ তাৰকা অ’পেনাৰ স্মৃতি মান্ধানা দুৰ্দান্ত ফৰ্মত আছে এদিনীয়াত৷ টি-২০ শৃংখলাৰ ৱেষ্ট ইণ্ডিজ মহিলা ক্ৰিকেট দলৰ বিৰুদ্ধে মেচৰ পিছত এতিয়া এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচতো দুৰ্দান্ত প্ৰদৰ্শনেৰে জিলিকি উঠিছে। ভাৰতীয় মহিলা দলটোৱে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এই মেচত ভাৰতে ৫০ অভাৰ ৯ উইকেটত ৩১৪ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়া মেচত স্মৃতি মান্ধানাই ১০২টা বলত ৯১ ৰানৰ ইনিংছ খেলি ইতিহাস ৰচে৷ এই ইনিংছৰ পাছত মান্ধানাই মহিলা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এটা কেলেণ্ডাৰ বৰ্ষত সৰ্বাধিক ৰান সংগ্ৰহ কৰা মহিলা বেটছমেন হিচাপে পৰিগণিত হয় আৰু ২০২৪ত দক্ষিণ আফ্ৰিকাৰ মহিলা দলৰ খেলুৱৈ ল’ৰা উলভাৰ্ডৰ অভিলেখ ভংগ কৰে।

মান্ধানাই চলিত বৰ্ষত মহিলা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এতিয়ালৈকে খেলা মেচসমূহত মুঠ ১৬০২ ৰান সংগ্ৰহ কৰি স্মৃতি মান্ধনাই বছৰটোৰ সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেন হিচাপে পৰিগণিত হৈছে। ইয়াৰ পূৰ্বে এই অভিলেখ দক্ষিণ আফ্ৰিকাৰ মহিলা বেটছমেন ল’ৰা উলভাৰ্ডৰ নামত আছিল,দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰ গৰাকীয়ে ২০২৪ চনত ১৫৬৩ ৰান সংগ্ৰহ কৰিছিল। এই তালিকাৰ তৃতীয় স্থানত আছে ইংলেণ্ড মহিলা দলৰ বেটছমেন নেট স্কাইভাৰ-ব্ৰাণ্ট ক্ৰিকেটাৰ গৰাকীয়ে ২০২২ চনত ১৩৪৬ ৰান সংগ্ৰহ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ