--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মধ্যপ্ৰদেশৰ এটি ১০ বছৰীয়া শিশু ১৮ ঘন্টাধৰি কুঁৱাত পৰি থকাৰ খবৰ পোহৰলৈ আহিছে। শিশুটিক দেওবাৰে পুৱা প্ৰায় ৯:৩০ বজাত উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে। ইয়াৰ পাছতেই শিশুটিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। শনিবাৰে সন্ধিয়া ৫ বজাতেই ওচৰত ১৪০ ফুট দ কুঁৱাত বাগৰি পৰিছিল সুমিত নামৰ ১০ বছৰীয়া শিশুটি। খবৰ পোৱাৰ পিছতে উদ্ধাৰকাৰী দলটোৱে ক্ষীপ্ৰতাৰে ঘটনাস্থলিত উপস্থিত হয়। 

শনিবাৰে সন্ধিয়াৰ পৰা উদ্ধাৰ অভিযান  আৰম্ভ হৈছিল। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে। প্ৰতক্ষ্যদৰ্শীৰ মতে প্ৰায় ৯:৩০ বজাত উদ্ধাৰকাৰীয়ে সুমিতক সুস্থ অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় শিশুটি।

উল্লেখযোগ্য যে একেসময়তে ৰাজস্থানৰ কোটপুটলীৰ চেতনা নামৰ তিনি বছৰীয়া ল’ৰাটোক প্ৰায় ১৫০ ঘন্টা পাৰ হৈ যোৱাৰ পাছতো উদ্ধাৰ কৰিব নোৱাৰাকলৈ। প্ৰশ্ন উত্থাপন হৈছে কিয়নো সময় বাঢ়িযোৱাৰ লগে লগে শিশুটিকলৈ শংকিত হৈ পৰিছে৷ যোৱা সোমবাৰে ৰাজস্থানৰ কোটপুতলীত ৭০০ ফুট দ কুঁৱাত পৰিছিল তিনি বছৰীয়া চেতনা। সময়ৰ লগে লগে ভয় বাঢ়ি যায়। অৱশ্যে উদ্ধাৰকাৰী দলটোৱে কুঁৱাৰ সমান্তৰালকৈ ১৭০ ফুটৰ গাঁত খান্দি শনিবাৰৰ পৰা উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। অৱশ্যে শিশুটিক কেতিয়া উদ্ধাৰ কৰা হ’ব সেই সন্দৰ্ভত উত্তৰবিহীন হৈ পৰিছে প্ৰশাসন৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ