--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ঘৰ এখনৰ সুখ-সমৃদ্ধিৰ বাবে আমি যৎপৰোনাস্তি চেষ্টা কৰো। আমি যেতিয়াই ঘৰখন বিশেষভাৱে সজাওঁ তেতিয়াই দিশৰ প্ৰতি গুৰুত্ব দিয়া উচিত। সেয়েহে আজি আমি একুৰিয়াম ৰখাৰ দিশৰ বিষয়ে কিছু কথা জানো আহক। বাস্তুশাস্ত্ৰৰ মতে ঘৰ এখনত একুৰিয়াম ৰখাটো অত্যন্ত শুভ বুলি গণ্য কৰা হয়। ঘৰত একুৰিয়াম ৰাখিলে সুখ-সমৃদ্ধিয়ে বিৰাজ কৰে। বাস্তু অনুসৰি একুৰিয়াম কেতিয়াও দক্ষিণ দিশত ৰাখিব নালাগে। ইয়াক পূব, উত্তৰ আৰু উত্তৰ-পূব দিশত ৰখা উচিত।

বাস্তুশাস্ত্ৰৰ মতে ঘৰ এখনত সঠিক স্থানত একুৰিয়াম ৰাখিলে মালক্ষ্মী সন্তুষ্ট হৈ আশীৰ্বাদ প্ৰদান কৰে। এনে ঘৰত সদাই মালক্ষ্মী বাস কৰে আৰু ধন-সম্পত্তি বৃদ্ধি কৰে। বাস্তুৰ মতে, ঘৰত ৰখা একুৰিয়ামে মানসিক চাপ হ্ৰাস কৰে। 

একুৰিয়ামত কিমান মাছ থাকিব লাগে?
যেতিয়াই একুৰিয়ামত মাছ ৰখা হয় তেতিয়াই ইয়াৰ সংখ্যাৰ প্ৰতি গুৰুত্ব দিয়া উচিত। মাছ সদায় ৯ সংখ্যাত ৰাখিব লাগে। ইয়াৰ ফলত ঘৰত সুখ, শান্তি অটুট থাকে। ইয়াৰ উপৰি ৮টা মাছৰ লগতে এটা ক’লা ৰঙৰ মাছ ৰখাটোও শুভ বুলি গণ্য কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ