--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান গ্ৰীষ্মকাল। সূৰ্যৰ প্ৰখৰ তাপৰ উপৰি শৰীৰৰ ঘাম হৈ পৰে বিৰক্তিৰ কাৰণ। গৰমৰ দিনকেইটাত শৰীৰৰ পৰা অত্যাধিক ঘাম ওলোৱাৰ ফলত প্ৰায়ে পিন্ধি থকা পোছাকত পৰিব পাৰে কঢ়া দাগ। কিন্তু আপোনাৰ পোছাকৰ পৰা ঘামৰ এই কঢ়া দাগ কিদৰে আঁতৰাব? চিন্তাৰ কাৰণ নাই। এই ৫ টা প্ৰণালী ব্যৱহাৰ কৰি চাওকচোন। নিমিষতে এই সমস্যাৰ পৰা পাব পাৰে পৰিত্ৰাণ। 


১. নেমুৰ ৰস: কাপোৰ ধোৱাৰ আগতে, সম পৰিমাণৰ নেমুৰ ৰসৰ সৈতে পানীৰ মিশ্ৰণ তৈয়াৰ কৰক। ঘামৰ দাগ লাগি থকা অংশত নেমুৰ ৰস ঘঁহাৰ অলপ পিছত আপোনাৰ পোছাক ধুই পেলাওক। দেখিব আপোনাৰ কাপোৰৰ দাগ আঁতৰি গৈছে।

২. নিমখ: গৰম পানীত নিমখৰ মিশ্ৰণ তৈয়াৰ কৰক। খোৱা নিমখহে ব্যৱহাৰ কৰিব। এই মিশ্ৰণখিনি দাগবোৰত ঘঁহি দিয়ক। ৫ মিনিট এনেদৰে থৈ দিয়াৰ পাছত ধুই পেলাও।

৩. হাইড্ৰজেন পেৰ’ক্সাইড: সমান পৰিমাণৰ হাইড্ৰজেন পেৰ’ক্সাইড আৰু পানী মিহলি কৰক। দাগ থকা অংশটো আপুনি তৈয়াৰ কৰা মিশ্ৰণটোত আধা ঘণ্টাৰ বাবে তিয়াই ৰাখক। আধা ঘণ্টা পিছত পানীৰে ধুই পেলাওক। অৱশ্যে, ভুলবশতঃ ৰঙীন কাপোৰত এই মিশ্ৰণ প্ৰয়োগ নকৰিব।

৪. এচপিৰিন: বহুলোকে নিয়মীয়াকৈ এচপিৰিন সদৃশ ঔষধ গ্ৰহণ কৰে। দুটা এচপিৰিন টেবলেট গুৰি কৰক আৰু আধা কাপ গৰম পানীত এটা মিশ্ৰণ তৈয়াৰ কৰক। কাপোৰ ধোৱাৰ দুঘণ্টা পূৰ্বে এই মিশ্ৰণটো দাগত লগাই ৰাখক।

৫. খোৱা চ’ডা: খোৱা চ’ডাৰ সৈতে সমপৰিমাণৰ পানী মিহলি কৰি পেষ্ট এটা বনাওক। পেষ্টটো দাগটোৰ ওপৰত এঘণ্টাৰ বাবে লগাই থওক। কাপোৰ ধুৱাৰ পাছতে উঠি যাব দাগ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ