--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গ্ৰীষ্মকালত প্ৰায় লোকৰে অতিকৈ প্ৰিয় আইচক্ৰীম৷ কিন্তু শৰীৰ ঠাণ্ডা লগাবলৈ অত্যধিক আইচক্ৰীম খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হিচাপে পৰিগণিত হয়। বেছিকৈ আইচক্ৰীম খালে দাঁতৰ গহ্বৰ, ডিঙিৰ বিষ, টনচিলাইটিছ আদিৰ দৰে সমস্যাত ভুগিব লাগিব। 



চিকিৎসকৰ মতে, আইচক্ৰীম বেছিকৈ খালে শৰীৰ ওজন বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে৷ লগতে চৰ্দি আৰু কাহ বৃদ্ধি হয়৷ কিন্তু ইয়াৰ বিপৰীতে নিয়ন্ত্ৰিত পৰিমাণে আইচক্ৰীম খোৱাটো কিছু স্বাস্থ্যৰ পক্ষে সুফলো লাভ কৰে৷ আইচক্ৰীমত ভিটামিন এ, বি-6, বি-12, চি, ডি আৰু ই থাকে। কিছুমান আইচক্ৰীমত আনকি ভিটামিন কে থাকে। ভিটামিন কে-য়ে শৰীৰক তেজ গোট মৰাৰ পৰা সুৰক্ষিত কৰে।

ইয়াৰ বাহিৰেও, বিভিন্ন আইচক্ৰীমত যথেষ্ট চৰ্বি, প্ৰ'টিন, কাৰ্বোহাইড্ৰেট থাকে, যি শৰীৰত শক্তি বৃদ্ধি কৰিবলৈ সক্ষম হয়। গতিকে যিসকল দুৰ্বল বা ভাগৰুৱা, তেওঁলোকে মাজে মাজে আইচক্ৰীম খাব পাৰে। অৱশ্যে, যিসকল মেদবহুলতাৰ ভুক্তভোগী তেওঁলোকে নিয়মিত খোৱা উচিত নহয়। 

ইপিনে, আইচক্ৰীমত কেলচিয়াম আৰু ফছফৰাছৰ দৰে খনিজ থাকে, যি হাড় শক্তিশালী ৰখাত সহায় কৰে। আইচক্ৰীমে চাপ হ্ৰাস কৰাত সহায় কৰে। আইচক্ৰীমে থ্ৰম্বোটনিন হৰমন নিঃসৰণ কৰাত সহায় কৰে। এই হৰমনবোৰ সুখী হৰমন হিচাপে তালিকাভুক্ত কৰা হৈছে। আইচক্ৰীমত গাখীৰ থাকে। গাখীৰত এল-ট্ৰিপ্টোফেন থাকে যি সমগ্ৰ স্নায়ুতন্ত্ৰ শান্ত ৰাখিব পাৰে। আইচক্ৰীমে কিছুমান ক্ষেত্ৰত অনিদ্ৰা উপশম কৰাত সহায় কৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ