--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সোমবাৰ, ১৪ ফেব্ৰুৱাৰী, ২০২২চন মেষ ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত আত্মবিশ্বাস বৃদ্ধি পাব। পাৰিবাৰিক জীৱন সুখৰ হব। ব্যৱসায়ত লাভৰ সুযোগ থাকিব। অতিৰিক্ত ব্যয়ৰ দ্বাৰা অসুবিধাত পৰিব পাৰে। কলা আৰু সংগীতৰ প্ৰতি প্ৰৱণতা থাকিব। বৃষ ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত মনত হতাশা আৰু অসন্তুষ্টি থাকিব পাৰে। পত্নীৰ স্বাস্থ্যৰ যত্ন লওক। দূৰত থকা পিতৃ-মাতৃৰ সৈতে আজি মিলনৰ যোগ আছে। ব্যৱসায়িক পৰিস্থিতি উন্নত হ’ব। উপাৰ্জনৰ পৰিস্থিতিও সন্তোষজনক হ’ব। মাতৃৰ পৰা ধন প্ৰাপ্ত কৰিব পাৰে। শৈক্ষিক কামত সফলতা লাভ কৰিব। মিথুন ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত ধৰ্মৰ প্ৰতি শ্ৰদ্ধা বৃদ্ধি হ'ব। কৰ্মক্ষেত্ৰৰ স্থিতি উন্নত হ’ব। নতুন বাহন ক্ৰয় কৰাৰ যোগ আছে। আশা আৰু হতাশাৰ মিশ্ৰিত অনুভূতি থাকিব। পঢ়াৰ প্ৰতি আগ্ৰহ বৃদ্ধি হ’ব। নেতিবাচক চিন্তাৰ প্ৰভাৱ পৰিহাৰ কৰক। কৰ্কট ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত মনত শান্তি আৰু সুখ থাকিব। পত্নীৰ সৈতে আপোনাৰ মতৰ মিল থাকিব। শৈক্ষিক কামত মনোযোগ দিয়ক। ব্যৱসায়িক পৰিস্থিতি সন্তোষজনক হ’ব। উপাৰ্জন বৃদ্ধি হ’ব। স্বাস্থ্যৰ যত্ন লওক। মনত উদ্বেগ থাকিব পাৰে। পিতৃৰ স্বাস্থ্যৰ বিষয়ে সজাগ হওক। সিংহ ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত আত্মনিৰ্ভৰশীল হোৱৰ চেষ্টা কৰক। মনটো অস্থিৰ হ’ব পাৰে। পৰিয়ালৰ সৈতে ধৰ্মীয় স্থানলৈ যোৱাৰ বাবে পৰিকল্পনা কৰিব পাৰে। আজি বন্ধুবৰ্গৰ সমৰ্থন লাভ কৰিব। স্বাস্থ্যৰ যত্ন লওক। ভাতৃৰ সহযোগত ব্যৱসায় সম্প্ৰসাৰিত কৰিব পাৰে। পুৰণি বন্ধুক লগ পাব পাৰে। কন্যা ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত মানসিক শান্তি থাকিব। আত্মবিশ্বাসী হ’ব। চাকৰিত পদোন্নতিৰ পথ প্ৰশস্ত হ’ব। উপাৰ্জন বৃদ্ধি হ’ব। আপুনি আন এখন ঠাইলৈও যাব পাৰে। ব্যয় বৃদ্ধিৰ পৰিস্থিতি থাকিব পাৰে। মনত নেতিবাচক চিন্তা পৰিহাৰ কৰিবলৈ চেষ্টা কৰক। পিতৃৰ সৈতে আদৰ্শগত পাৰ্থক্য থাকিব পাৰে। তুলা ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত মনটো শৈক্ষিক কামত নিয়োজিত থাকিব। বৌদ্ধিক কাৰ্য্যবোৰ উপাৰ্জনৰ মাধ্যম হ’ব পাৰে। আপুনি পিতৃ-মাতৃৰ সমৰ্থন লাভ কৰিব। ব্যৱসায়ত অধিক কঠোৰ পৰিশ্ৰম হ’ব। যাত্ৰা কষ্টকৰ হব পাৰে। মন অশান্ত হৈ থাকিব পাৰে আপুনি পৰিয়ালৰ সমৰ্থন লাভ কৰিব। স্বাস্থ্যৰ যত্ন লওক। শান্ত হৈ থাকক। বৃশ্চিক ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত মনটো অস্থিৰ হৈ থাকিব। চাকৰিত বিষয়াসকলৰ সহযোগিতা থাকিব। ব্যৱসায়ত উন্নতিৰ যোগ আছে। উপাৰ্জন বৃদ্ধি হ’ব। অৱস্থান সলনি হ’ব পাৰে। বিৰক্তি স্বভাৱ পৰিহাৰ কৰক। আপুনি কলা আৰু সংগীতৰ প্ৰতি আকৰ্ষিত হ’ব। আপুনি এজন ৰাজনীতিবিদক লগ পাব পাৰে। ধনু ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত মানসিক শান্তিৰ বাবে চেষ্টা কৰক। পৰিয়ালত সহযোগিতা বজাই ৰাখিব। বস্ত্ৰৰ প্ৰতি প্ৰৱণতা বৃদ্ধি পাব পাৰে। স্বাস্থ্যৰ প্ৰতি সচেতন হওক। কামত দায়িত্ব বৃদ্ধি হ’ব পাৰে। আপুনি আপোনাৰ পিতৃ-মাতৃৰ সৈতে কোনো বিষয় লৈ আলোচনা কৰিলে ভাল ফল পাব। কামৰ ক্ষেত্ৰত উন্নতিৰ সুযোগ থাকিব পাৰে। আত্মবিশ্বাস হ্ৰাস হ’ব। ঘৰত ধৰ্মীয় কাৰ্যকলাপ থাকিব। মকৰ ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত মানসিক শান্তি থাকিব। ব্যৱসায় সম্প্ৰসাৰিত হ’ব। ধনৰ পৰিস্থিতি উন্নত হ’ব। আপুনি বন্ধুবৰ্গৰ সমৰ্থন লাভ কৰিব। স্বাস্থ্যৰ যত্ন লওক। পিতৃ-মাতৃৰ পৰা আৰ্থিক সমৰ্থন পাব পাৰে। পৰিয়ালত শান্তি থাকিব। লাভৰ সুযোগ থাকিব। কুম্ভ ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত শান্ত হৈ থাকক। অত্যাধিক খং পৰিহাৰ কৰক। আজি আপুনি পত্নীৰ মতক গুৰুত্ব দিয়া ভাল। ব্যৱসায়িক পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিব। ব্যয় বৃদ্ধি হ’ব। ধৈৰ্য্য হ্ৰাস হ’ব পাৰে। চাকৰিত বদলিৰ সম্ভাৱনা । মীন ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত মনত সুখ থাকিব। শান্ত থাকক। ব্যৱসায় সম্প্ৰসাৰিত কৰাৰ সুযোগ লাভ কৰিব পাৰে। উপাৰ্জন বৃদ্ধি হ’ব। আপুনি পৰিয়ালৰ সৈতে সময় পাৰ কৰাৰ সুযোগ লাভ কৰিব। পিতৃৰ স্বাস্থ্যৰ যত্ন লওক। আত্মনিৰ্ভৰশীল হ’ব। বন্ধু এজনৰ সহায়ত, নতুন ব্যৱসায়ৰ সুযোগ পাব পাৰে। মানসিক সমস্যা থাকিব। দীঘলীয়া যাত্ৰাৰ সম্ভাৱনা ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ