--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰম্ভ হ’ল আইপিএল ২০২৫ মেগা নিলামী ৷ পঞ্জাৱ কিংছে ২৬.৭৫ কোটি টকাত ক্ৰয় কৰিছে শ্ৰেয়াছ আয়েৰক। ইয়াৰ লগে লগে শ্ৰেয়াছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হৈছে। 

shreyas iyer sold to punjab kings for 26 75 crore delhi capitals backed off last moment ipl 2025 mega auction pbks Shreyas Iyer बने IPL के सबसे महंगे प्लेयर, पंजाब किंग्स ने 26.75 करोड़ में खरीदा; दिल्ली ने भी अंत तक लड़ी लड़ाई
ইয়াৰ পূৰ্বে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ আটাইতকৈ দামী খেলুৱৈ আছিল অষ্ট্ৰেলিয়াৰ মিচেল ষ্টাৰক, যাক কেকেআৰে ২৪.৭৫ কোটি টকাত ক্ৰয় কৰিছিল আইপিএল ২০২৪ৰ নিলামত। মেগা নিলামত আৰম্ভণিৰ পৰা শেষলৈকে শ্ৰেয়াছ আয়াৰৰ বাবে দিল্লী কেপিটেলছ আৰু পঞ্জাব কিংছৰ মাজত প্ৰচণ্ড যুঁজ হৈ আহিছে।

আৰ্শদীপ সিঙৰ ভিত্তি মূল্য আছিল ২ কোটি টকা, কেকেআৰে তেওঁৰ ওপৰত প্ৰথম নিবিদা দিছিল কিন্তু ৯.৭৫ কোটি টকাৰ বাহিৰলৈ নাযাবলৈ সিদ্ধান্ত লয়। ইয়াৰ পিছত পঞ্জাব কিংছ আৰু দিল্লী কেপিটেলছে ইটোৰ পিছত সিটোকৈ এক কোটি টকাৰ নিবিদা দিয়ে। 

শ্ৰেয়াছ আয়াৰৰ ওপৰত নিবিদা ১৫ কোটি, তাৰ পিছত ২০ কোটি  আনকি ২৫ কোটি টকা অতিক্ৰম কৰিলে। পঞ্জাবে যেতিয়া ২৬.২৫ কোটি টকাৰ দৰদাম কৰে, তেতিয়া দিল্লীৰ পৰিচালনা সমিতিৰ মুখ মেল খালে লগতে বিভ্ৰান্তিৰ অৱস্থাত দেখা গ’ল। দিল্লীয়ে ২৬.৫০ কোটি টকাৰ দৰত নিলামী কৰি থমকি ৰ’ব লগা হয় ৷আনহাতে পঞ্জাবে কিংছে ২৬.৭৫ কোটি টকাৰ নিবিদা দি আয়েৰক নিজৰ দলত সংযোজন কৰাত সফল হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ