--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ২১  জুন ,২০২৩, বুধবাৰ। আজি বিশ্বজুৰি পালন কৰা হৈছে বিশ্ব যোগ দিৱস। আজিৰ দিনটো আপোনাৰ কেনে যাব? জানো আহক আজিৰ দিনটোৰ ৰাশিফল।

১. মেষ ৰাশি (অ,ল)-নতুন যোগাযোগ।  নতুন কৰ্ম লাভ কৰিব পাৰে যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত আমনি লাগিব পাৰে৷ ঘৰলৈ আলহীৰ আগমণ ঘটিব পাৰে৷ পেটৰ ৰোগত ভুগিব পাৰে, সেয়ে সতৰ্ক হ’ব।

২. বৃষ ৰাশি( উ,ব,ই)-আজিৰ দিনটোত সন্মান লাভ হ'ব, ধন লাভ হ'ব ৷ প্ৰেমত শুভ ৷ জেষ্ঠ্য জনৰ পৰা মনত সামান্য আঘাত পোৱাৰ যোগ দেখা যায়। প্ৰেমত শুভ।

৩. মিথুন ৰাশি( ক,ছ)- দিনটোত কৰ্ম ব্যস্ততা বাঢ়িব৷ নতুন যোগোযোগ হ’ব পাৰে৷সজাগ নহ'লে কৰ্মত সামান্য বাধাৰ সন্মুখীন হ'ব পাৰে লগতে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়। পিতৃ-মাতৃৰ শুভ।

৪. কৰ্কট ৰাশি( ড,হ)- কৰ্কত ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত কৰ্মত আনৰ সহায়-সহযোগিতা লাভ কৰিব পাৰে ৷ লগতে আজি আপোনাৰ কৰ্মক্ষেত্রত জটিলতা হ্ৰাস  পোৱাৰ যোগ দেখা যায়। বন্ধুৰ সৈতে মতানৈক্য হ’ব পাৰে৷ শিঙাল জন্তুৰ পৰা সাৱধানে থাকিব।


৫. সিংহ ৰাশিৰ (ম,ট)-  আজিৰ দিনটোত মনত শান্তি বাঢ়িব, কৰ্মত শুভ হ'ব । খৰচ বৃধ্দি হ’ব পাৰে৷ মাতৃৰ বাবে চিন্তা।

৬. কন্যা ৰাশি (প,ঠ)- কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মব্যস্ততা বাঢ়িব ৷আবেগিক হৈ পৰিব পাৰে ।পাৰিবাৰিক দিশত অতি শুভ৷ প্ৰেমত শুভ৷ খৰচ অলপ বাঢ়িব পাৰে৷ আলহী আহিব পাৰে।

৭. তুলা ৰাশি (ৰ,ত)- তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত ৰং ভাব  ভাৱ বাঢ়িব , মনত সামান্য ভয় ভাৱ বৃদ্ধি হ'ব পাৰে লগতে সামান্য মনোমালিন্য হোৱাৰ যোগ । হাতলৈ ধন আহিব পাৰে৷ প্ৰেমত ভুল বুজাবুজি।

৮. বৃশ্চিক ৰাশি (ন,য)- মনৰ আশা পূৰণ হ'ব। প্ৰেমত শুভ হ'ব যদিও আজি সকলো দিশতে সতৰ্ক হোৱাটো ভাল হ'ব।নতুন যোগাযোগ৷ প্ৰেমত শুভ।

৯. ধনু ৰাশি (ধ,ভ)- সন্মান বাঢ়িব । চকুৰ ৰোগ হোৱাৰ আশংকা। প্ৰেমত শুভ। খৰচ বৃদ্ধি হ’ব পাৰে। পানীৰ পৰা সাৱধান।

১০. মকৰ ৰাশি (খ,জ)- আজিৰ দিনটোত সন্মান বাঢ়িব, ধন লাভ হ'ব ।আনৰ প্ৰসংশা লাভ কৰাৰ যোগ দেখা যায়।পেটৰ ৰোগ হ’ব পাৰে, গতিকে সতৰ্ক হ’ব। 

১১. কুম্ভ ৰাশি(গ,শ,স)-  বিদ্যাৰ্থীসকলৰ শুভ হ'ব, ৰোগৰ পৰা আৰোগ্য হ'ব। কৰ্মত সামান্য নিৰাশাৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।উদৰ ৰোগৰ আশংকা আছে৷ শিঙাল জন্তুৰ পৰা সাৱধান। হাতলৈ ধন আহিব।  

১২. মীন ৰাশি( দ,চ)- মনত শান্তি বাঢ়িব যদিও কৰ্মত সামান্য কষ্ট পাব পাৰে ।খৰচ বাঢ়িব পাৰে যদিও হাতলৈ ধন অহাৰো যোগ৷ আলস্য ভাব আহিব পাৰে। শিঙাল যন্তু আৰু যান-বাহনৰ পৰা সাৱধান। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ