--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হঠাৎ চৰ্চালৈ আহিল ক্ৰিকেট তাৰকা যুৱৰাজ সিঙৰ পিতৃ যোগৰাজ সিঙ।এসময়ত তাৰকা ক্ৰিকেটাৰ হিচাপে পৰিগণিত হোৱা যোগৰাজ সিঙৰ কঠিন জীৱনশৈলী আৰু স্পষ্টবাদীতাৰ বাবেই বাতৰিৰ শিৰোনাম দখল কৰি । শেহতীয়াকৈ প’ডকাষ্টৰ সাক্ষাৎকাৰত তেওঁ পিতৃ-পুত্ৰ, নাৰী, জীৱন, ধোনী, কপিল দেৱৰ লগতে বহু ছবিৰ ওপৰত কিছু মন্তব্য কৰিছিল, যিয়ে বৰ্তমান বহু বিতৰ্কৰ সৃষ্টি কৰিছে।

ক্ৰিকেট আৰু তেওঁৰ কঠোৰ মনোভাৱৰ বিষয়ে সকলোৱে জানে কিন্তু আপুনি বাৰু জানেনে যোগৰাজ সিং এজন অভিনেতাও আৰু বহু চিনেমাত তেওঁ উৎকৃষ্ট অভিনয় কৰিছে।

শেহতীয়াকৈ ২০২৪ চনত তামিল ছবি ইণ্ডিয়ান ২ত যোগৰাজ সিঙকো দেখা গৈছিল। ছবিখনৰ মুখ্য চৰিত্ৰত আছিল কমল হাছান। এছ শংকৰৰ এই ছবিখনত তেওঁ এটা মান্য চৰিত্ৰত অভিনয় কৰিছিল।

কেৱল এয়াই নহয়, অক্ষয় কুমাৰৰ জনপ্ৰিয় ছবি ‘সিং ইজ ব্লিং’ত অক্ষয় কুমাৰৰ পিতৃৰ চৰিত্ৰত অভিনয় কৰিছিল। ২০১৫ চনত মুক্তি পাইছিল এই ছবিখন ।

হিন্দী আৰু দক্ষিণৰ উপৰিও যোগৰাজ সিঙে বহু পাঞ্জাবী ছবিতো কাম কৰি আহিছে। বিবি ৰজনীত তেওঁৰ ভূমিকা অতুলনীয় ৷ উল্লেখ্য যে চলচ্চিত্ৰত অভিনয়ৰ উপৰিও যোগৰাজ সিং এতিয়াও ক্ৰিকেটৰ প্ৰশিক্ষক। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ