--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৮ চ'ত, বুধবাৰ ইং ২৩ মাৰ্চ। ১. মেষ ৰাশি - মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব৷ কৰ্মব্যস্ততা বাঢ়িব লগতে আজি কৰ্মত নতুনকৈ যোগাযোগৰ সুযোগ লাভৰ যোগ দেখা যায়। ২. বৃষ ৰাশি - বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব৷ কৰ্মক্ষেত্ৰ আনৰ পৰা প্ৰশংসা লাভ কৰিব৷ সজাগ নহলে সঞ্চিত ধন ক্ষতি হোৱাৰ যোগ দেখা যায়। ৩. মিথুন ৰাশি - মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সন্তানৰ সুখ বাঢ়িব৷ সম্পত্তি বাঢ়িব৷ কৰ্মক্ষেত্ৰত সন্মান বৃদ্ধিৰ যোগ। ৪. কৰ্কট ৰাশি - কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব৷ প্ৰেমত আৰু কৰ্মক্ষেত্ৰত শুভ। ৫. সিংহ ৰাশিৰ - সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত শুভ সামগ্ৰী লাভ হ'ব৷ যদিও সজাগ নহলে কৰ্মক্ষেত্ৰ সামান্য জতিলতা বৃদ্ধিৰ যোগ দেখা যায়। ৬. কন্যা ৰাশি - কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব৷ সজাগ নহলে কৰ্মক্ষেত্ৰত সামান্য সমস্যাৰ সন্মুখীন হ'ব পাৰে। ৭. তুলা ৰাশি - তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুভ৷ সন্মান বাঢ়িব, বন্ধু লাভৰ যোগ। ৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ঘৰুৱা দিশত উন্নতি হ'ব৷ সজাগ নহলে মনত সামান্য চিন্তা বৃদ্ধিৰ যোগ দেখা যায়। ৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আত্মীয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব৷ কৰ্মক্ষেত্ৰত যশস্যা বৃদ্ধিৰ যোগ দেখা যায়। ১০. মকৰ ৰাশি - মকৰ ৰাশি জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সজাগ নহলে মনত সামান্য চিন্তা বাঢ়িব পাৰে৷ সজাগ নহলে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়। ১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটোত আৰ্থিক দিশত শুভ৷ কৰ্মত শুভ হব যদিও সজাগ নহলে সামান্য মনোমালিন্য সন্মুখীনৰ যোগ দেখা যায়। ১২. মীন ৰাশি - মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সমস্যাবোৰৰ সমাধানৰ সুযোগ লাভ কৰিব৷ ধন-সন্মান লাভ হোৱাৰ যোগ দেখা যায়। PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি