--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • চীন,ম্যানমাৰ,থাইলেণ্ড,ইণ্ডোনেছিয়াৰ পৰা অহা কেবাটাও প্ৰজাতিৰ চৰাই পৰিলক্ষিত হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যানত।

ডিজিটেল ডেস্ক: পৰিভ্ৰমী চৰাইৰে ভৰিছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান। চীন,ম্যানমাৰ,থাইলেণ্ড,ইণ্ডোনেছিয়াৰ পৰা অহা কেবাটাও প্ৰজাতিৰ চৰাই পৰিলক্ষিত হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যানত। 


উল্লেখ্য যে ৰাষ্ট্ৰীয় উদ্যানখনত অন্যান্য জীৱ-জন্তুৰ সমান্তৰালকৈ বৃদ্ধি পাইছে চৰাই- চিৰিকটিও। 


মানাহত দেখিবলৈ পোৱা গৈছে বাহতলী, বাৰীসুন্দৰী, মুগা বৰণৰ ধনেশ পক্ষী, ৰঙচুৱা মাছৰোকাৰ উপৰিও মাণ্ডাৰিণ হাঁহ। 


ইতিমধ্যে পৰ্যটকৰ কেমেৰাত বন্দী হৈছে এইসমূহ বিৰল প্ৰজাতিৰ চৰাই। উল্লেখ্য যে পৃথিৱীৰ পৰা ক্ৰমাৎ বিলুপ্তপ্ৰায় হৈছে কেবাটাও প্ৰজাতিৰ চৰাই। 


কিন্তু ইয়াৰে কেবাটাও প্ৰজাতি এতিয়াও উপলব্ধ হৈ আছে মানাহ ৰাষ্ট্ৰীয় উদ্যানত। যিটো প্ৰকৃতিপ্ৰেমী তথা পৰ্যটকসকলৰ বাবে সুখবৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
কৰ্ম সংস্থাপনৰ বাবে গৈ বটদ্ৰৱাৰ যুৱক কেৰেলামত নিৰুদ্দেশ
আমগুৰিত অলৌকিক ঘটনা! সপোনত দেখা পালে শিৱক, পুৱা চোতালৰ কলপুলিৰ তলত দৃশ্যমান হ’ল শিৱমূৰ্তি
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান