--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বিশাখাপট্টনমলৈ কৰ্মসংস্থাপনৰ বাবে গৈছিল মিথিলা কেওট। একেখন গাঁওৰে কেইবাগৰাকী যুৱকৰ সৈতে কাম কৰিবলৈ গৈছিল মিথিলা।কিন্তু বিশাখাপট্টনম পোৱাৰ পাছৰে পৰা তেওঁ সন্ধানহীন হৈ আছিল।

ডিজিটেল ডেস্ক: পুনৰ বহিঃৰাজ্যত মৃত্যু অসমীয়া ব্যক্তিৰ। শোণিতপুৰৰ ৰঙাপৰাৰ সোনাবিল গাঁৱৰ মিথিলা কেওট নামৰ এজন ব্যক্তিয়ে বহিঃৰাজ্যত মৃত্যুক সাবটি লয়। 


বিশাখাপট্টনমলৈ কৰ্মসংস্থাপনৰ বাবে গৈছিল মিথিলা কেওট। একেখন গাঁওৰে কেইবাগৰাকী যুৱকৰ সৈতে কাম কৰিবলৈ গৈছিল মিথিলা।কিন্তু বিশাখাপট্টনম পোৱাৰ পাছৰে পৰা তেওঁ সন্ধানহীন হৈ আছিল মিথিলা কেওট।


তাৰ পিচতে ৰহস্যজনক অৱস্থাত মিথিলা কেওটৰ মৃতদেহ উদ্ধাৰ হয় বুলি পৰিয়ালৰ লোকক জনোৱা হয়। আনহাতে ঘটনা সন্দৰ্ভত মিথিলাৰ পৰিয়ালে উক্ত ঘটনাতো হত্যাকাণ্ড বুলি সন্দেহ কৰি দুজন যুৱকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। 


এজাহাৰৰ ভিত্তিত ৰঙাপৰা আৰক্ষীয়ে অমিত গোৱালা আৰু শ্যাম কন্ধ নামৰ দুজন যুৱকক সোধপোচৰ বাবে আটক কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
কৰ্ম সংস্থাপনৰ বাবে গৈ বটদ্ৰৱাৰ যুৱক কেৰেলামত নিৰুদ্দেশ
আমগুৰিত অলৌকিক ঘটনা! সপোনত দেখা পালে শিৱক, পুৱা চোতালৰ কলপুলিৰ তলত দৃশ্যমান হ’ল শিৱমূৰ্তি
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান