--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজিকালি প্ৰত্যেকৰ ঘৰতে দেখিবলৈ পোৱা যায় ‘মানিপ্লেণ্ট’ ৷ এনে পুলি ঘৰত ৰখাতো বহুতেই শুভ বুলি বিশ্বাস কৰা হয়৷ সৌভাগ্যশালী মানিপ্লেণ্টে ‘মা লক্ষ্মী’ ঘৰত বাস কৰাৰ দৰে হয়। অৱশ্যে এই পুলি ৰখাৰো বহু নিয়ম আছে৷ সঠিক স্থানত ৰাখিলেহে ইয়াৰ ফলাফল লাভ কৰে বুলি বিশ্বাস কৰা হয়৷

দক্ষিণ-পূবৰ মধ্যস্থানত মানিপ্লেণ্ট লগোৱাৰ উৎকৃষ্ট স্থান। এই দিশত মানিপ্লেণ্ট লগালে সকলোতকৈ বেছি লাভ হয় বুলি বিশ্বাস কৰা হয়৷ বাস্তু অনুসৰি মানিপ্লেণ্টৰ পৰা পোৱা শুভ প্ৰভাৱক লাভ কৰিবলৈ ঘৰৰ ভিতৰত লগাব লাগে, তেতিয়াহে ঘৰত সুখ-সমৃদ্ধি আহে।

মানিপ্লেণ্টক সেউজীয়া অথবা নীলা বটলত ৰাখিব। সেউজীয়া ৰঙক উন্নতিৰ প্ৰতীক হিচাপে মনা হয়। সেউজীয়া বটলত মানিপ্লেণ্ট লগালে তাৰ সকাৰাত্মক প্ৰভাৱ বৃদ্ধি পায়। ঘৰত কেতিয়াও শুকাই যোৱা মানিপ্লেণ্ট নাৰাখিব। এনে কৰিলে ঘৰলৈ দৰিদ্ৰতাক নিয়ন্ত্ৰণ দিয়াৰ দৰে হয়। মানিপ্লেণ্টৰ তলৰ ফালে উলমি বাঢ়ি যোৱাটো অশুভ বুলি মনা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ