--°C
Loading...
Listen to Article
2 min read
80%

২৪কাতি, বৃহস্পতিবাৰ, ইং ১১ নৱেম্বৰ।

মেষ ৰাশি -  মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ নতুন আঁচনি গ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব, কৰ্মত যশস্যা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহলে আত্মীয় পৰিয়ালৰ দ্বাৰা ক্ষতি হোৱাৰ যোগ দেখা যায়।

বৃষ ৰাশি - বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ঘৰুৱা দিশত উন্নতি হ'ব৷ প্ৰেম আৰু কৰ্মত শুভ৷ সজাগ নহলে মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

মিথুন ৰাশি - মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো কৰ্মত ক্ষেত্ৰত সফলতা লাভ কৰিব,  লগতে আজি আপোনাৰ আৰ্থিক দিশত শুভ হ'ব আৰু সন্মান লাভ হোৱাৰ যোগ দেখা যায়। 

কৰ্কট ৰাশি - কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত শুভ হ'ব৷ বন্ধু লাভ।

সিংহ ৰাশিৰ - সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ৷ সজাগ নহলে প্ৰেমত সামান্য জতিলতা আহিব পাৰে৷ 

কন্যা ৰাশি - কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত শুভ কৰ্মলৈ নিমন্ত্ৰত হ'ব পাৰে৷ কৰ্মত যোগাযোগ হ'ব পাৰে৷ সজাগ নহলে শত্ৰু  বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

তুলা ৰাশি - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মত সফলতা লাভ কৰিব৷ আৰ্থিক দিশত শুভ৷ মনৰ আশা পুৰণ হোৱাৰ  যোগ দেখা যায়।

বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সাহস বাঢ়িব৷ সজাগ নহলে কৰ্মক্ষেত্ৰ সামান্য বাধা আহিব পাৰে৷ 

ধনু ৰাশি - ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সফলতা লাভ কৰিব৷ মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ। 

মকৰ ৰাশি - মকৰ ৰাশি জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত আনৰ সহায় সহযোগিতা লাভ কৰিব৷ মনত উৎসাহ বাঢ়িব৷ ধন-সম্পতি লাভ  হোৱাৰ যোগ দেখা যায়। 

কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত ভ্ৰমনৰ সুযোগ লাভ কৰিব৷ যান-বাহনৰ পৰা সাৱধান হ'ব৷  কৰ্মত সামান্য জতিলতা দেখা যায়। 

মীন ৰাশি- মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত পাৰিবাৰিক সুখ বাঢ়িব৷ প্ৰেমত শুভ৷ কৰ্মত শুভ হব৷ লগতে শুভ সংবাদ লাভ হোৱাৰ যোগ দেখা যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূর্ণ পদক্ষেপ; চীন সীমান্তৰ নতুন মানচিত্ৰ ভাৰতৰ
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি