--°C
Loading...
Listen to Article
2 min read
80%

২৫ ফাগুন, বৃহস্পতিবাৰ ইং ১০ মাৰ্চ।

মেষ ৰাশি (অ,ল) : - মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সঞ্চয় বাঢ়িব, লগতে আজি আপুনি ভ্ৰমণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়। BFC_ বৃষ ৰাশি( উ,ব,ই) : - বৃষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হ'ব, আজি আপোনাৰ পুৰনি বিবাদ নিস্পত্তি হোৱাৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰ সামান্য কষ্ট বৃদ্ধি হোৱাৰ যোগ দেখা যায়। মিথুন ৰাশি ( ক,ছ) : - মিথুন ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ সামান্য জটিলতাৰ মাজেৰে সফলতা লাভ কৰিব, লগতে আজি আপুনি নতুন বস্ত্ৰ লাভ হোৱাৰ যোগ দেখা যায়। কৰ্কট ৰাশি( ড,হ) : - কৰ্কত ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হ'ব, কৰ্মক্ষেত্ৰ শুভ হ'ব, জ্ঞান আহৰণৰ সুযোগ লাভ কৰিব যদিও আজি আপুনি সজাগ নহ'লে সামান্য আৰ্থিক দিশত নাটনি হোৱাৰ যোগ দেখা যায়। সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আত্মীয় পৰিয়াল সুখ লাভ কৰিব, শুভ কৰ্মলৈ মনোনিবেশ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য শত্ৰু বৃদ্ধি হোৱাৰ যোগ দেখা যায়। কন্যা ৰাশি (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, মনত আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য মনৰ পৰিবৰ্তন হোৱাৰ যোগ দেখা যায়। তুলা ৰাশি (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সমস্যা ৰোৰৰ সমাধান হ'ব, আমোদ প্ৰমোদ ভাৱ বাঢ়িব, যদিও আজি সজাগ নহ'লে বন্ধু হানি বা বন্ধুৰ লগত মনোমালিন্য হোৱাৰ যোগ দেখা যায়। বৃশ্চিক ৰাশি (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত বন্ধুৰ বা আপোন জনৰ সান্নিধ্য লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য মনত চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়। ধনু ৰাশি (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সুখ বাঢ়িব, লগতে আজি আপোনাৰ মনত সঞ্চয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। মকৰ ৰাশি (খ,জ): - মকৰ ৰাশি জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব, আয় বাঢ়িব, যদিও আজি আপুনি ভ্ৰমণৰ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হ'ব। কুম্ভ ৰাশি(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত কৰ্মক্ষেত্ৰ সুখ বাঢ়িব,মনত ভক্তি ভাৱ বাঢ়িব, যদিও আজি আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হ'ব। মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হ'ব, কৰ্মক্ষেত্ৰ শুভ হ'ব , লগতে আজি আপোনাৰ সামাজিক কৰ্মলৈ মনোনিবেশ হোৱাৰ যোগ দেখা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ