--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ Name Astrologyত মানুহৰ নামৰ প্ৰথম আখৰক বিশেষ অগ্ৰাধিকাৰ দিয়া হয়। Name Astrologyত এনেকুৱা কিছুমান ছোৱালীৰ কথা উল্লেখ আছে যিয়ে নিজৰ স্বামীক বহুত ভাল পায়। তেনে ছোৱালীয়ে স্বামীৰ যথেষ্ট যত্ন লয়, প্ৰতিটো পৰিস্থিতিত তেওঁক সহায় কৰে আৰু স্বামীৰ সফলতাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এনে ছোৱালীৰ লগত বিয়া হোৱা মানুহবোৰক বৰ ভাগ্যৱান বুলি ক’ব পাৰি। এই ভাগ্যৱান আৰু অতি ভাল জীৱন সংগী বুলি প্ৰমাণিত হোৱা ছোৱালীকেইজনীক তেওঁলোকৰ নামৰ প্ৰথম আখৰেৰে চিনাক্ত কৰিব পাৰি। Name Astrologyত ছোৱালীৰ নামৰ কি আখৰক গুৰুত্ব প্ৰদান কৰিছে জানো আহক।

১)K নামৰ আখৰৰ ছোৱালীঃ K আখৰৰ ছোৱালী আকৰ্ষণীয় আৰু সহজেই সংগীৰ হৃদয়ত আসন দখল কৰে। নিজৰ বুলি ভবা মানুহক K আখৰৰ ছোৱালীয়ে বহুত মৰম দিয়ে। এনে ছোৱালী লাভ কৰা ল’ৰাবোৰৰ গোটেই জীৱনটো সুখেৰে পাৰ হয়।

২)P নামৰ আখৰৰ ছোৱালীঃ এনে ছোৱালীবোৰ অতি সুখী আৰু সহজ-সৰল স্বভাৱৰ। তেনে ছোৱালীয়ে স্বামীক বহুত ভাল পায় আৰু সদায় স্বামীক সুখী কৰি ৰাখিবলৈ চেষ্টা কৰে। স্বামীৰ প্ৰতিও তেওঁলোক বৰ সৎ।

৩)R নামৰ আখৰৰ ছোৱালীঃ যিসকল ছোৱালীৰ নাম R-ৰে আৰম্ভ হয়, তেওঁলোকে নিজৰ সংগীক বহুত ভালপায়। কেতিয়াও কোনো মানুহৰ কথাত গুৰুত্ব প্ৰদান নকৰি তেওঁলোকে নিজৰ সংগীৰ সৈতে সুখী জীৱন যাপন কৰে। প্ৰেমত সকলো সীমা অতিক্ৰম কৰাত এওঁলোকে বিশ্বাস কৰে।

৪)S নামৰ আখৰৰ ছোৱালীঃ S আখৰৰ ছোৱালীৰ লগত বিয়া হোৱা সকল বৰ ভাগ্যৱান। এওঁলোকে নিজৰ সংগীক বহুত ভালপায়। স্বামীৰ সফলতাত S আখৰৰ পত্নীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এনে ছোৱালী অতি বুদ্ধিমান হোৱাৰ লগতে অতি ভাগ্যৱান। তেওঁলোকে নিজেই জীৱনত এক উচ্চ পদবী লাভ কৰে আৰু স্বামীৰ বাবেও ভাগ্যৱান বুলি প্ৰমাণিত হয়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ