--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে NCB-ৰ ধাৰাবাহিক অভিযান অব্যাহত। চলিত বৰ্ষত এতিয়ালৈকে মণিপুৰত ৭৫ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছে NCB-য়ে।

ডিজিটেল ডেস্ক: মণিপুৰত ড্ৰাগছৰ বিৰুদ্ধে NCBৰ বৃহৎ অভিযান। চুবুৰীয়া ৰাজ্যখনত জব্দ প্ৰায় ৮ কোটি টকাৰ হেৰ’ইন।


​NCB, অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীৰ যুটীয়া অভিযান। চুৰাচান্দপুৰ জিলাৰ খুৱাখুৱালত জব্দ এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি।


​৩.২৬৭ কিলোগ্ৰাম ওজনৰ মুঠ ৩৭৪ টা চাবোনৰ বাকচত উদ্ধাৰ হেৰ’ইন। ঘটনাৰ সৈতে জড়িত দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ।


​এখন জিপছী গাড়ী আৰু এখন মটৰ চাইকেলসহ দুটা ৱায়াৰলেচ ছেট জব্দ। ম্যানমাৰৰ হাইচিনৰ পৰা চুৰাচান্দপুৰলৈ অনা হৈছিল এই নিষিদ্ধ হেৰ’ইনখিনি।


​আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে NCB-ৰ ধাৰাবাহিক অভিযান অব্যাহত। চলিত বৰ্ষত এতিয়ালৈকে মণিপুৰত ৭৫ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছে NCB-য়ে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান