--°C
Loading...
Listen to Article
2 min read
80%

মাৰ্ঘেৰিটাঃ ৰাজ্যত এটিএম চুৰিকাণ্ডৰ ঘটনা নতুন নহয়। কিন্তু এইবাৰ এটিএম চুৰিকাণ্ডত জড়িত হৈছে বৃহৎ ৰাজহুৱা প্ৰতিষ্ঠানৰ মোটা অংকৰ পাৰিশ্ৰমিক লাভ কৰা কৰ্মচাৰীও।

লিডু আৰক্ষীচকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত কুমাৰ বৰাৰ নেতৃত্বত যোৱা আৰক্ষীৰ জালত পৰে উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ এজন কৰ্মচাৰী।আমাৰ সাংবাদিকে জনোৱা অনুসৰি, এটিএম চুৰিকাণ্ডত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা চোৰটো মাৰ্ঘেৰিটা চাৰিআলিৰ নিবাসী নাছিৰ হুছেইন। আৰক্ষীয়ে আটকাধীন চোৰটোৰ হাতৰ পৰা নগদ ১৫,৮১০ টকাসহ ৭খন এ টি এম কাৰ্ড জব্দ কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে লিডু আৰক্ষীয়ে গোচৰ নং ‘MRG-PSC/NO189/21UBS329IPC’ৰ অধীনত এটি গোচৰ ৰুজু কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post