--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী অটোৱালাই নিজৰ অটোত লগোৱা সতৰ্কবাণী চৰ্চাৰ বিষয় হৈ পৰিছে। ভাইৰেল হৈ পৰিছে সতৰ্কবাণী লিখি থোৱা পোষ্টাৰখন। 

অটোৱালাগৰাকীয়ে লিখিছে- সাৱধান...'ইয়াত ৰোমাঞ্চ নকৰিব। এয়া অটো হয়, আপোনাৰ ব্যক্তিগত কোঠা বা OYO নহয়। দূৰত্ব বজাই ৰাখক আৰু শান্ত হৈ থাকক। সন্মান দিয়ক...সন্মান লওক। ধন্যবাদ'

এতিয়া এই অটো চালকৰ সতৰ্কবাণী ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই পোষ্টটোৰ ওপৰত ৰাইজে নিজ নিজ প্ৰতিক্ৰিয়াও দি আছে। কোনো কোনোৱে ইয়াক শুদ্ধ আৰু কোনোবাই ভুল বুলি কৈছে।

অন্যা নামৰ এগৰাকী ইউজাৰ্ছে এই ফটোখন নিজ এক্স হেণ্ডেলত শ্বেয়াৰ কৰিছিল আৰু তাৰপাছতেই ই ভাইৰেল হৈ পৰে।

ইউজাৰ্ছ এগৰাকীয়ে লিখিছে ‘এইগৰাকী অটো চালকৰ প্ৰতি মোৰ বহুত সন্মান যাচিলোঁ’। আন এজন ইউজাৰ্ছে লিখিছে, ‘চালকক সন্মান কৰক, যাত্ৰীক সন্মান কৰক, কোনো ঠাট্টা-মস্কৰা নকৰিব।’ তৃতীয়জন ইউজাৰ্ছে লিখিছে, ‘অটো চালকজনে হৃদয়ত ঠাই ল’লে। 

চতুৰ্থজন ইউজাৰ্ছে লিখিছে, ‘অয়’ৰ পিছত অটোৱালাই নিব্বা-নিব্বিক নিজৰ মৰ্যাদা দেখুৱাইছে’। পঞ্চমজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘এয়া মজা লাগিল’। আন এজনে লিখিছে, ‘অটোৱালা দাদাৰ অতি ভাল পদক্ষেপ’। 

এনেদৰে নানা মন্তব্যৰে ভৰি পৰিছে পোষ্টাদাতাৰ এক্স একাউণ্ট।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ