--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় সংস্কৃতিত জোঁৱাইৰ আতিথ্যৰ অতি তাৎপৰ্য আছে। জোঁৱাই আহিলে শহুৰ পৰিয়ালে আতিথ্য কৰিবলৈ অলপো কৃপণালি নকৰে। প্ৰতিগৰাকী শাহুৱেক আৰু শহুৰেকে নিজৰ মৰ্যাদা অনুসৰি জোঁৱাইৰ যত্ন লয়। জোঁৱাইৰ প্ৰতি সন্মান আৰু আতিথ্যৰ এক অনন্য খবৰ আহিছে অন্ধ্ৰপ্ৰদেশৰ পৰা। মকৰ সংক্ৰান্তি উপলক্ষে আয়োজন কৰা জোঁৱাইৰ অতি বিশেষ আদৰণি অনুষ্ঠানৰ ভিডিঅ’ এতিয়া ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত।


অন্ধ্ৰ প্ৰদেশৰ আল্লাৱৰাম মণ্ডলৰ বাসিন্দা জংগা বুজ্জী আৰু তেওঁৰ পত্নী বাসৱীয়ে জোঁৱাই আৰু কন্যাক অনন্য ৰূপত আদৰণি জনায়। সংক্ৰান্তি উৎসৱ উপলক্ষে বিয়াৰ পিছত প্ৰথমবাৰৰ বাবে শহুৰেকৰ ঘৰলৈ অহা জোঁৱাইৰ বাবে এক বৃহৎ ভোজৰ আয়োজন কৰা হয়।

আচলতে জংগা বুজ্জী আৰু বাসৱীয়ে জোঁৱাই হেমন্তৰ বাবে ফলৰ ৰসৰ লগতে সকলো পৰম্পৰাগত জলপান, নিৰামিষ আৰু আমিষ খাদ্যকে ধৰি ৬৩০টা ব্যঞ্জন প্ৰস্তুত কৰে। ইয়াৰ লগত আইচক্ৰীম, মিঠাইকে ধৰি সুৰাৰ বটলো অন্তৰ্ভূক্ত আছিল।
दामाद की खातिरदारी में परोसे गए पकवान.
দিনটো আৰু বিশেষ কৰি তুলিবলৈ পৰিয়ালটোৱে এক বিশাল আতচবাজীৰো আয়োজন কৰে। পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ উপস্থিতিত জোঁৱাই হেমন্তক বিপুল আদৰণি জনাই এই অনুষ্ঠানটো স্মৰণীয় কৰি তোলে পৰিয়ালটোৱে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ