--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লী নিৰ্বাচনৰ ২৯ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিলে বিজেপিয়ে। প্ৰবেশ বাৰ্ৰমাই অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব।

বিজেপিয়ে কাক ক'ৰ পৰা দিলে টিকট?

১) মুখ্যমন্ত্ৰী আতিশীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব ৰমেশ বিধুৰীয়ে। কলকাজীৰ পৰা বিধুৰীলৈ বিজেপিয়ে দিলে টিকট।

২) আম আদমী পাৰ্টী এৰি বিজেপিত যোগদান কৰা কৈলাশ গেহলটক বিজৱাসন আসনৰ পৰা বিজেপিয়ে টিকট দিছে।

৩)আদৰ্শ নগৰৰ আসনৰ পৰা ৰাজকুমাৰ ভাটিয়াক বিজেপিয়ে টিকট দিছে।

৪)বাদলীৰ পৰা দীপক চৌধাৰীক বিজেপিয়ে টিকট দিছে।

৫)ৰিঠালাৰ পৰা কুলৱন্ত ৰাণাক বিজেপিয়ে টিকট দিছে।

৬)নংলয় জাটৰ পৰা মনোজ শৌকিনক বিজেপিয়ে টিকট দিছে।

৭)মংগলপুৰী আসনৰ পৰা ৰাজকুমাৰ চৌহানক বিজেপিয়ে টিকট দিছে।

৮)ৰোহিনীৰ পৰা বিজেন্দ্ৰ গুপ্তাক বিজেপিয়ে টিকট দিছে।

৯)শলিয়াৰ বাগৰ পৰা ৰেখা গুপ্তাক বিজেপিয়ে টিকট দিছে।

১০)বিজেপিয়ে মডেল টাউনৰ পৰা অশোক গোৱেলক টিকট দিছে।

একেদৰে কেৰল বাগৰ পৰা দূষ্যন্ত কুমাৰ গৌতম, পাটেল নগৰৰ পৰা ৰাজকুমাৰ আনন্দ, ৰাজৌৰী গাৰ্ডেনৰ পৰা চৰ্দাৰ মঞ্জিন্দৰ সিং ছিৰছা, জনকপুৰীৰ পৰা আশীষ ছুদ, বিজৱাসন আসনৰ পৰা কৈলাশ গেহলটক বিজেপিয়ে টিকট প্ৰদান কৰিছে।

ইয়াৰ উপৰিও বিজেপিয়ে নতুন দিল্লীৰ পৰা প্ৰবেশ চাহিব সিং বাৰ্মা, জাংপুৰাৰ পৰা চৰ্দাৰ তৰ্বিন্দৰ সিঙ, মালবিয়া নগৰৰ পৰা সতীশ উপাধ্যায়, আৰ কে পুৰাম আসনৰ পৰা অনিল শৰ্মা, মেহৰৌলিৰ পৰা গজেন্দ্ৰ যাদৱ, ছাটাৰপুৰৰ পৰা কৰতাৰ সিং তনৱাৰ, আম্বেদকাৰ নগৰৰ পৰা খুশীৰাম চুনাৰক প্ৰক্ষেপ কৰিছে । বিজেপিয়ে বদৰপুৰৰ নাৰায়ণ দত্ত শৰ্মা, পাটপাৰগঞ্জৰ পৰা ৰবীন্দ্ৰ সিং নেগী, বিশ্বাস নগৰৰ পৰা ওম প্ৰকাশ বাৰ্মা, কৃষ্ণ নগৰৰ পৰা অনিল গোৱেল, গান্ধীনগৰৰ পৰা অৰবিন্দৰ সিং লাভলী, সীমাপুৰীৰ কুমাৰী ৰিংকু, ৰোহতাছ নগৰৰ পৰা জিতেন্দ্ৰ মহাজন আৰু ঘোণ্ডাৰ পৰা অজয় ​​মহাৱাৰক টিকট প্ৰদান কৰিছে বিজেপিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ