--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৱসৰ ঘোষণা কৰিছে ভাৰতৰ তাৰকা জিমনাষ্ট দীপা কৰ্মকাৰে। তেওঁ ছ’চিয়েল মিডিয়াৰ জৰিয়তে অৱসৰ ঘোষণা কৰিছে। ক্ৰীড়াবিদগৰাকীৰ বাবে এই সিদ্ধান্ত  কঠোৰ আছিল যদিও বহু চিন্তাৰ অন্তত অৱসৰ গ্ৰহণৰ সিদ্ধান্ত লোৱা বুলি সদৰি কৰিছে। 

ভাৰতৰ হৈ বহু পদক উপহাৰ দিয়া জিমনাষ্টগৰাকীয়ে। এক্সত এখন চিঠি প্ৰচাৰ কৰিছে। এই চিঠিৰ জৰিয়তে দীপা কৰ্মকাৰে বহু চিন্তাৰ অন্তত জিমনাষ্টিকছৰ পৰা অৱসৰ লৈছো বুলি ঘোষণা কৰি কয় যে ‘এই সিদ্ধান্ত সহজ নহয় কিন্তু এতিয়া সময় আহি পৰিছে। জিমনাষ্টিক মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ অংশস্বৰূপ।পাঁচ বছৰীয়া দীপাক কোৱা হৈছিল যে ভৰি চেপেটা হোৱাৰ বাবে কেতিয়াও জিমনাষ্ট হ’ব নোৱাৰে৷ এতিয়ালৈকে আহৰণ কৰা কৃতিত্বৰ বাবে গৌৰৱ অনুভৱ কৰিছো।’ বুলি উল্লেখ কৰিছে ক্ৰীড়াবিদ গৰাকীয়ে৷

উল্লেখযোগ্য যে ভাৰতৰ হৈ বহু পদক লাভ কৰিবলৈ সক্ষম হৈছিল দিপা কৰ্মকাৰে। ২০২৪ চনৰ এছিয়ান চেম্পিয়নশ্বিপত তেওঁ স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। আনহাতে ইয়াৰ পূৰ্বে ২০১৫ চনত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ২০১৪ চনৰ কমনৱেলথ গেমছতো ব্ৰঞ্জৰ পদক লাভ কৰিছিল জিমনাষ্টগৰাকীয়ে। ২০১৮ চনৰ বিশ্বকাপত তেওঁ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। চলিত বৰ্ষটো জিমনাষ্টগৰাকীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
ইউৰোপত উৎকট গৰম; ১০ সহস্রাধিক লোকৰ মৃত্যু
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধুনিক ৰূপ লাভ কৰিলে মাজবাট ৰে’লৱে ষ্টেচনে
লক্ষ্ণৌৰ 5-ষ্টাৰ হোটেলত ৰহস্যজনক অৱস্থাত যুৱ বিজ্ঞানীৰ মৃতদেহ উদ্ধাৰ, বিচনাৰ কাষত পোৱা গ’ল বমিৰ দাগ
বান গ’ল, কিন্তু শেষ হোৱা নাই দুৰ্ভোগ; নৰক যন্ত্ৰণা, আৱৰ্জনা, দুৰ্গন্ধ আৰু ৰোগৰ আতংকত জোনাইৰ মধুপুৰ-অৰুণ চাপৰি ৰাইজ
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
পৰাজয়ৰ ক্ষোভত ফাটি পৰিছে ইজিপ্ত; আর্জেণ্টিনাৰ বিজয়ক ‘ফিক্সিং’ আখ্যা ইজিপ্তৰ
যুদ্ধ আৰম্ভ, লগে লগে শ্বেয়াৰ বজাৰত বিপৰ্যয়; খাৰুৱা তেলৰ দাম ৬% বৃদ্ধি
নাৰায়ণপুৰৰ ধলপুৰত শহুৰেকৰ ঘৰত হাতত চোকা দা লৈ জোঁৱায়েকৰ ভয়ংকৰ তাণ্ডৱ
শিক্ষকতাত কালিমা! আনৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ধুবুৰীৰ এজন প্ৰধান শিক্ষক
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
Advertisement