--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ আন এগৰাকী যুৱতীয়ে পাকিস্তানী ক্ৰিকেটাৰক বিয়া কৰাবলৈ ওলাইছে। যুৱতীগৰাকীৰ নাম পূজা বোমন । শেহতীয়াকৈ পূজাৰ আঙুঠি পিন্ধোৱা পৰ্ব অনুষ্ঠিত হয় পাকিস্তানী স্পিনাৰ হাছানৰ ৰাজা সৈতে। অহা বছৰৰ জানুৱাৰী-ফেব্ৰুৱাৰীত দুয়োৰে বিয়াৰ কথা আলোচনা হৈছে।


Pakistani Cricketer Raza Hassan: पाकिस्तान के पूर्व क्रिकेटर रजा हसन जल्द ही भारत की एक हिंदू लड़की से शादी करेंगे. उनकी होने वाली पत्नी पूजा धर्म बदलने के लिए भी तैयार हैं.

৩২ বছৰীয়া ৰাজা হাছানে ইনষ্টাগ্ৰাম পোষ্টত পূজাক আঙুঠি পিন্ধোৱাৰ ফটো শ্বেয়াৰ কৰিছে ৷ দুয়োজনে সাগৰৰ পাৰত ফটো তুলিছে । ৰাজাই ৰঙা ৰঙৰ চোলা পিন্ধিছে, আনহাতে পূজাক মটীয়া ৰঙৰ চুট পিন্ধি দেখা গৈছে। ৰাজাই চশমা পিন্ধিছে । দুয়োৰে মুখত হাঁহি আৰু পূজাৰ হাতত ধৰি ৰোমান্টিক ষ্টাইলত থিয় হৈ আছে ৰাজা।


रजा हसन ने के नाम से एक इंस्टाग्राम अकाउंट है. यह ब्लू बैज से वैरिफाई नहीं है. लेकिन मीडिया रिपोर्ट्स में इसी अकाउंट का हवाला दिया गया है. इस पर एक फोटो शेयर की गई है. इसमें रजा और पूजा एक साथ नजर आ रहे हैं.

ৰাজা হাছানে পোষ্টটোত লিখিছে, ‘মই ঘোষণা কৰি সুখী যে মোৰ এংগেজমেণ্ট হৈছে। মই মোৰ প্ৰয়সীক গোটেই জীৱন একেলগে কটাবলৈ অনুৰোধ কৰিলোঁ আৰু তেওঁ মান্তি হ’ল। আমাৰ নতুন যাত্ৰাৰ বাবে আমি উৎসাহিত হৈছো। মই পূজাক বিয়া কৰাবলৈ পাই অত্যন্ত সুখী।’ তেওঁ কয় যে ‘পূজাই হিন্দু ধৰ্মত বিশ্বাস কৰে, কিন্তু ইছলাম ধৰ্মৰ প্ৰতি অতি আগ্ৰহী আৰু ভৱিষ্যত স্বামীৰ বাবে ধৰ্ম সলনি কৰিবলৈ সাজু।’ ২০১৪ চনৰ অক্টোবৰ মাহত ৰাজাই এদিনীয়াত প্ৰথম খোজ দিয়ে , যিটো তেওঁৰ প্ৰথম আৰু শেষ এদিনীয়া হিচাপে প্ৰমাণিত হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ