--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মেক্সিকোত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপৰ ফাইনেলত ভাৰতৰ এছ ৰিকাৰ্ভ ধনুৰ্বিদ দীপিকা কুমাৰীয়ে পঞ্চমটো ৰূপৰ পদক লাভ কৰে। স্বৰ্ণ জয়ৰ মেচত চীনৰ লি জিয়ামানৰ হাতত পোনপটীয়া ছেটত (০-৬) পৰাস্ত হৈ ৰূপৰ পদকতে সন্তুষ্ট হ’বলগীয়া হয় দীপিকা কুমাৰী ৷

Can Deepika Kumari and Co live up to pre-Olympic hype?

২০২২ চনৰ ডিচেম্বৰ মাহত কন্যাৰ জন্মৰ পিছত বিশ্বকাপৰ ফাইনেললৈ ঘূৰি অহা চাৰিবাৰৰ অলিম্পিয়ান দীপিকাই আঠজন ধনুৰ্বিদৰ ভিতৰত তৃতীয় স্থান লাভ কৰিছিল। ছেমি ফাইনেললৈকে দীপিকাই কোনো সমস্যাৰ সন্মুখীন হোৱা নাছিল যদিও স্বৰ্ণ পদকৰ মেচত পেৰিছ অলিম্পিকৰ দলীয় ইভেণ্টত জিয়ামানৰ হাতত পৰাস্ত হৈছিল। দীপিকাই নৱমবাৰৰ বাবে বিশ্বকাপৰ ফাইনেললৈ উভতি আহিল। ২০০৭ চনত ডুবাইত প্ৰথম স্থান লাভ কৰাৰ সময়ত বিশ্বকাপৰ ফাইনেলত ভাৰতৰ হৈ স্বৰ্ণ পদক লাভ কৰিছিল কেৱল ডোলা বেনাৰ্জীয়ে।

পুৰুষৰ ৰিকাৰ্ভ শাখাত ধীৰাজ বোম্মাদেৱৰা ৪-২ত আগবাঢ়ি থকাৰ পাছতো প্ৰথম ৰাউণ্ডত পেৰিছ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী দক্ষিণ কোৰিয়াৰ লি ৱু চেকৰ হাতত পৰাস্ত হয়। পাঁচজনীয়া ভাৰতীয় দলটোত আছিল তিনিজন কম্পাউণ্ড আৰু দুজন ৰিকাৰ্ভ আৰ্চাৰ। ভাৰতৰ হাতলৈ আহিল মাত্ৰ এটা পদক ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ